কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক
বুনিয়াদী স্তৰত শিশুসকৰ বাবে প্ৰয়োগ কৰিব পৰা মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহ কি ? মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহৰ এখন তালিকা বনাওক- এই তালিকা প্ৰস্তুত কৰোতে কাগজ কলমৰ জৰিয়তে কৰা পৰীক্ষাৰ বাদে অন্য় মূল্য়ায়ণৰ প্ৰকাৰৰ বিষয়ে চিন্তা কৰি আপোনাৰ ধাৰণাবোৰ Blog postত প্ৰকাশ কৰক ।