Posts

Showing posts from December, 2021

गतिविधि 2 : विद्यालयी जीवन - अपने विचार साझा करें

  शिक्षक/शिक्षिका के रूप में उन परेशानियों के बारे में विचार कीजिए, जिनका सामना आप अक्सर विद्यालय में करते हैं! यह सोचने की कोशिश करें कि विद्यालय प्रबंधन और माता-पिता के माध्यम से किन समस्याओं का समाधान किया जा सकता है तथा किस प्रकार इन लोगों से संपर्क कर अपनी परेशानी बताई जाए ताकि बेहतर स्थिति प्राप्त हो सकें। अपने विचार साझा करें। 

Activity 3: PTMs as a Powerful Method for Communication - Share Your Reflection

  Think constructively on the following points: How often do you organise PTMs? What kind of discussions do you generally have with parents? Have you tried to explore how best they can help you and the school to work more effectively? Have you also tried to think about the general concerns of the parents and what could be the solutions from your side and/or from the school? Ponder over these questions with a creative and problem solving mind and share your reflections.

Activity 2: School Life - Share Your Ideas

Take a moment and think about the difficulties you generally face in school and try to find out which difficulties can be solved by the SMC members and parents around you.  Now as teachers try to reflect on how these people should be approached and asked to make the situation better. Share your ideas.

কাৰ্যকলাপ ৩: যোগাযোগৰ বাবে একশক্তিশালী পদ্ধতি হিচাপে পি.টি.এম.(অভিভাৱক-শি‍ক্ষকৰ সভা) – আপোনাৰ ধাৰণা প্ৰকাশ কৰক

  নিম্নলিখিত বিষয় বোৰৰ ওপৰত গঠনমূলক ভাৱে চিন্তা কৰক:- আপুনি কিমান সঘনাই পি.টি.এম. আয়োজন কৰে ? আপুনি সাধাৰণতে অভিভাৱকৰ সৈতে কি কি বিষয় আলোচনা কৰে ? আপুনি অন্বেষণ কৰিবলৈ চেষ্টা কৰিছে নে যে তেওঁলোকে আপোনাক আৰু বিদ্যালয়ক অধিক কাৰ্যকৰীভাৱে কাম কৰাত কিমান ভালদৰে সহায় কৰিব পাৰে ? আপুনি অভিভাৱকৰ সাধাৰণ উদ্বেগ আৰু আপোনাৰফালৰ পৰা বা বিদ্যালয়ৰ পৰা সমাধান হ ' ব পাৰে নেকি সেই বিষয়ে চিন্তা কৰিছেনে ? সৃষ্টিশীল আৰু সমস্যা সমাধান কৰাৰ আগ্ৰহৰ সৈতে এই প্ৰশ্নবোৰৰ সন্দর্ভত চিন্তা কৰক আৰু আপোনাৰ ধাৰণা প্ৰকাশ কৰক।

কাৰ্যকলাপ ২: স্কুল জীৱন – আপোনাৰ ধাৰণাসমূহ প্ৰকাশ কৰক

  অলপ সময় লওঁক আৰু আপুনালোকে সাধাৰণতে বিদ্যালয়ত সন্মুখীন হোৱা অসুবিধাবোৰৰ বিষয়ে চিন্তা কৰক আৰু আপোনাৰ চাৰিওফালে থকা এছ.এম.চি. সদস্যসকল আৰু অভিভাৱকসকলে কোনবোৰ অসুবিধা সমাধান কৰিব পাৰে জানিবলৈ চেষ্টা কৰক। এতিয়া শিক্ষকসকলে এই লোকসকলৰ সৈতে কেনেদৰে যোগাযোগ কৰিব লাগে আৰু পৰিস্থিতিটো উন্নত কৰিবলৈ কিদৰে চেষ্টা কৰা উচিত তাৰ ওপৰত চিন্তা কৰি আপোনাৰ ধাৰণাবোৰ প্ৰকাশ কৰক

Activity 5: Creating Learning Environment – Share Your Thoughts

Think of your own ways to create a learning environment for your children. Share your thoughts.

Activity 3: Share Your Thoughts

  Do you believe that every child is unique and their learning style is different? If yes, how will you cater to the different needs of your students in your classroom? Share your thoughts

কার্যকলাপঃ ৫ শি‍‍কনৰ পৰিৱেশ সৃষ্টি কৰা- আপোনাৰ মনোভাৱ প্ৰকাশ

  আপোনাৰ সন্তানৰ বাবে শিক নৰ পৰিৱেশ সৃষ্টি কৰ ক - আপোনাৰ নিজৰ চিন্তা বোৰ প্ৰকাশ কৰক ।

কাৰ্যকলাপ ৩: আপোনাৰ চিন্তাসমূহ প্ৰকাশ কৰক

প্ৰতিটো শিশু অনন্য আৰু তেওঁলোকৰ শিকাৰ শৈলী যে পৃথক , আপুনি বিশ্বাস কৰেনে ? যদি হয় , আপুনি আপোনাৰ শ্ৰেণীকোঠাত আপোনাৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰিব ? আপোনাৰ মতামত ব্যক্ত কৰক।

गतिविधि 3 : अपने विचार साझा करें

क्या आप यह मानते हैं कि प्रत्येक बच्चा अलग है और उसके सीखने का तरीका भी अलग होता है ? यदि हाँ , तो आप कक्षा में बच्चों की विभि‍न्न आवश्‍यकताओं को कैसे पूरा करेंगे ? अपने विचार साझा करें।