Posts

Showing posts from November, 2021

गतिविधि 6 : अपने विचार साझा करें

  य‍ह निश्‍चि‍त करने के लिए बच्चे स्वच्छता संबंधी आदतों का पालन कर रहे हैं , प्रतिदिन के आधार पर आप किन क्षेत्रों की निगरानी रखने का प्रस्ताव रखेंगे ? अपने विचार साझा करें।  

गतिविधि 1 : अपने विचार साझा करें

  प्रारंभिक वर्षों में बच्चों को आपके द्वारा दिए गए अनुभवों पर विचार करें। क्या सभी बच्चों को समान शि‍क्षण प्रदान किया जा रहा है और उनकी निश्‍चि‍त परीक्षण सारणी है या सीखने में विविधता को ध्‍यान में रखा जाता है ? आपके विचार में शि‍क्षार्थी केंद्रित पद्धति के प्रयोग के क्या लाभ/सीमाएँ हैं ? अपने विचार साझा करें।

Activity 6

  What areas do you propose to monitor on a daily basis to ensure that children are following hygienic practices? Share your thoughts

Activity 1: Share Your Reflection

  Reflect on the experiences provided by you to children in the early years. Are all children being provided the same set of instructions and have fixed testing schedules or variation in learning is accounted for? In your opinion, what are the benefits/limitations in using a learner-centred approach? Share your reflection.

কাৰ্যকলাপ ৬

  আপোনাৰ চিন্তাৱলী প্ৰকাশ কৰক শিশুৱে স্বাস্থ্য়কৰ অভ্য়াস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ আপুনি দৈনিক কোনবোৰ ক্ষেত্ৰ নিৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিব ? আপোনাৰমনোভাৱ প্ৰকাশ কৰক।

ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক

  শিশুসকলক প্ৰাক্ শৈশৱকালৰ সময়ছোৱাত আপুনি প্ৰদান কৰা অভিজ্ঞতাৰ প্ৰতিফলন ঘটাওক। সকলো শিশুকে একে ধৰণৰ নিৰ্দেশনা আৰু পৰীক্ষাৰ নিৰ্ধাৰিত সময়সূচী প্ৰদান কৰা হৈছেনে নে শিকনৰ ক্ষেত্ৰত থকা ভিন্নতাক গুৰুত্ব দিয়া হৈছে ? আপোনাৰ মতে, শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা / সীমাবদ্ধতাসমূহ কি ?  আপোনাৰ  মতামত প্ৰকাশ  কৰক

गतिविधि 1: अपनी समझ साझा करें

  निम्न लिंक से ' खुला आकाश ' 2004 वीडियो फिल्म देखें और इस पर अपने विचार साझा करें : https://www.youtube.com/watch?v=1XjDHOrcJyw ईसीसीई के बारे में सोचें ? क्या यह आवश्यक है ? ईसीसीई कैसे स्कूल और जीवन में सीखने का आधार प्रदान करता है ? अपनी समझ साझा करें निम्नलिखित चरणों का अनुसरण करें :

Activity 3: Share Your Thought

Visualise the significance of FLN Mission and ponder on what can be the role of ECCE in achieving the goals and objectives of FLN? Share your reflection.

Activity 1: Share Your Reflection

  Watch the film “ Khula Akash”2014 from the following link:  https://www.youtube.com/watch?v=1XjDHOrcJyw and reflect on it. Think about What is ECCE ? Why it is important? How does ECCE provide a basis for learning in school and life ? Share your reflection

ক্ৰিয়াকলাপ 4:আপোনাৰমতামতপ্ৰকাশকৰক

  FLN   মিছনৰ তাৎপৰ্য বিশ্লেষণ কৰক আৰু FLN ৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাত ECCEৰ ভূমিকা কি হ ' ব পাৰে সেই বিষয়ে চিন্তা কৰক ? আপোনাৰ মতামত প্ৰকাশ কৰক ।

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

  নিম্নলিখিত লিংকৰ পৰা “Khula Aakash” 2014 ভিডিঅ ' চলচ্চিত্ৰখন চাওক: https://www.youtube.com/watch?v=1XjDHOrcJyw আৰু ইয়াৰ ওপৰত আপোনাৰ ধাৰণা ব্যক্ত কৰক। ECCE কি সেই বিষয়ে চিন্তা কৰক ? ই কিয় গুৰুত্বপূৰ্ণ ? ECCEয়ে বিদ্যালয় আৰু জীৱনত শিকাৰ আধাৰ কেনেদৰে প্ৰদান কৰে ? আপোনাৰ যুক্তি দিয়ক ।