students khini saf sikun koi ahise ne nai sahbo lage jene nails , teeth , hair cut , dress , shoe, etc. aru lgte obhibar lgt gohruwa poribeh alusona bilusona kribo lge. jene bathroom latrine ase ne nai? pekhen kri haat muk duwabo lage aru khana kuwa agot haat dubo lge, khuwa pisot tu hat dhubo l;age
During Assembly and daily check time or before ends we do the following things-
1. Show your teeth, nail.....Is it clean or not ....then give them practical knowledge of benefits of such cleaning.
2.Have you bath or not ....we should bath daily.... 3. Comb your hair ... 4.Wear clean uniform or dress.......so on We should provide them practical knowledge of benefits of such cleanliness in any way we can through activities.....
During assembly we must always check there nails, cleaness of there dress, should teach them to comb there hair always, should teach them to take bath always. As now it is a covid situation we should teach them to wash there hands and to change there clothes and use sanitizer after coming from outside. We should also teach them to wash their hands before eating anything.
1. Students are bathing regularly . 2. They hygiene properly. 3. They drink plenty of water in the morning and time to time. 4. Students must conscious about filtered and boiled water. 5. They should know about the merits of vegetables and fruits. 6. Students have to understand balanced diet.
শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হল.............
ReplyDelete(১) তেওঁলোকে গা ধুইছিল নে নাই সোধা।
(২) তেওঁলোকৰ নখ আৰু কাপোৰ পৰীক্ষা কৰা ।
(৩) মধ্যাহ্ন ভোজনৰ আগত আৰু পিছত তেওঁলোকে হাত ধুৱে নে নাই পৰীক্ষা কৰা ।
(৪) তেওঁলোকক দৈনন্দিন কাৰ্যকলাপত স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে সঠিকভাৱে শিকোৱা ।
(৫) শৌচালয়বোৰ পৰিষ্কাৰ-পৰিপাটি আছেনে নাই পৰীক্ষা কৰা ।
(৬) শিশুসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা ।
This comment has been removed by the author.
ReplyDeleteশিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ হলে আমি তেওঁলোকৰ দাত, নখ সদায় চাফ চিকুন হৈ আছে নে নাই পৰীক্ষা কৰিব লাগে। মধ্যাহ্ন ভোজনৰ সময়ত হাত ধোৱাৰ লগতে পিন্ধা কাপোৰ চাফ চিকুণ হোৱাটোও গুৰুত্ব দিব লাগে।
ReplyDeleteShow there teeth, nail, bathing, hair there uniform, school bag etc.
ReplyDeleteশিশু সকলে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নখ, গা ধুৱা আৰু কাপোৰ চাফ চিকুণ কৰাটো পর্যবেশন কৰা ৷ অভিভাৱকৰ লগত আলোচনা কৰি শিশুৰ ঘৰুৱা পৰিবেশৰ বুজ লোৱা ৷ শোচ পেচাব কৰাৰ পিছত চাবোন ব্যৱহাৰ কৰিছে নাই তাক পৰীক্ষা কৰাতো প্রয়োজন ৷
ReplyDeleteশিশুৰ স্বাস্থ্যকৰ পৰিবেশ অভ্যাসৰ বাবে তেওঁলোকক কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু কৰাব লাগে। যেনে গা ধুই আহিচা নে, নখ কাতিচা? কাপোৰ ধুই দিছেনে মায়ে? লেতেৰা হোৱালৈ খেলা khelane ইত্যাদি
ReplyDeleteশিশুক কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু কৰাব পাৰি। যেনে গা ধুই আহিচনে
ReplyDeleteনখ কাতিছা, দাঁত ঘাহিচা ইত্যাদি
সদায় গা ধোৱা, নখ আৰু চুলি চুটি কৈ ৰখা, সাজ পোচাক পৰিষ্কাৰ কৈ পৰিধান কৰি অহা, ব্যায়াম কৰা ইত্যাদি দিশবোৰৰ ওপৰত সাম্যক জ্ঞান দিয়া।
ReplyDeleteশিশুয়ে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিব লগীয়া ক্ষেত্ৰ সমূহ হল-
ReplyDelete১)তেওঁলোকৰ দাঁত, নখ, চুলি, পিন্ধা কাপোৰ পৰীক্ষা কৰা। গা ধুইছিল নে নাই সোধা।
২)মধ্যাহ্ন ভোজনৰ আগত আৰু পিছত হাত ধুৱেনে নাই পৰীক্ষা কৰা।
৩)বিদ্যালয়ৰ প্ৰেচাবঘৰ, শৌচালয় সঠিক ভাৱে ব্যৱহাৰ কৰিব জানিছে নে নাই পৰীক্ষা কৰা প্ৰয়োজন।
শিশুৱে স্বাস্হ্যকৰ অভ্যাস অনুকৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হ'ল-
ReplyDelete১। পুৱা শুই উঠি চকু-মুখ পৰিস্কাৰ কৰি
ধুইছেনে ?
২। খোৱাৰ আগত আৰু পাছত চাবোনেৰে
পৰিস্কাৰ কৰি হাত ধুইছেনে ?
৩।শৌচগাৰত মলত্যাগ কৰাৰ পাছত চাবোন দি হাত ধুইছেনে ?
৪।বাহিৰত ফুৰি মেলি আহি ঘৰত প্ৰৱেশ
কৰাৰ আগতে চেন্দেল,জোতা খুলি প্ৰৱেশ
কৰিছেনে ? ইত্যাদি.......।
ছাত্ৰ-ছাত্ৰীৰ নখ,দাঁত, চুলি, সাজ-পোছাক ৰ প্ৰতি চকু দিব লাগিব। খোৱাৰ আগত আৰু শৌচ কৰাৰ পাছত চাবোন ৰ ব্যৱহাৰ ভাল দৰে শিকাব লাগিব ।
ReplyDeleteশিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হল :-তেওঁলোকে গা ধুইছিল নে নাই প্ৰশ্ন কৰা ,তেওঁলোকৰ নখ - চুলি আৰু কাপোৰ কানি লক্ষ্য কৰা।মধ্যাহ্ন ভোজনৰ আগত আৰু পিছত তেওঁলোকে যাতে সদায় হাত ধুৱে তাক নিচ্ছিত কৰা।তেওঁলোকক দৈনন্দিন কাৰ্যকলাপত স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে সঠিকভাৱে শিকোৱা ।শৌচালয়বোৰ পৰিষ্কাৰ-পৰিপাটি আছেনে নাই তাৰ ওপৰত গুৰুত্ব দিয়া ।শিশুসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা ইত্যাদি।
ReplyDeleteশিশু এজনে নিজে পৰিস্্কাৰ হৈ থকাৰ উপৰিও সি বা তাই খাদ্য তালকাত শাক- পাচলি বা অন্য়ানয সুষম আহাৰ সন্নিবিষ্ট হৈছেনে নাই জানিব বিচৰা উচিত। শিক্ষক হিচাপে আমি সিহঁতক বুজাই দিয়া উচিত যে, সিহঁতে দৈনিক থলুৱা ভাৱে উপনব্ধ ফল মূলও খাদ্য তালিকাত ৰখা উচিত।
ReplyDeletember 27, 2021 at 4:54 AM
ReplyDeleteশিশু সকলে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নখ, গা ধুৱা আৰু কাপোৰ চাফ চিকুণ কৰাটো পর্যবেশন কৰা ৷ অভিভাৱকৰ লগত আলোচনা কৰি শিশুৰ ঘৰুৱা পৰিবেশৰ বুজ লোৱা ৷ অভিভাৱকক পোৰামৰ্শ দি তেওঁলোকক খোৱা বোৱাত নিৰীক্ষণ কৰিবলৈ কব লাগিব।খুৱাবস্তু খোৱাৰ আগত বস্তুটোৰ নিৰ্ধাৰিত সময় চাই খাবলৈ পৰামৰ্শ দিব লাগিব।
by basanti kalita
ReplyDeletestudents khini saf sikun koi ahise ne nai sahbo lage jene nails , teeth , hair cut , dress , shoe, etc.
aru lgte obhibar lgt gohruwa poribeh alusona bilusona kribo lge. jene bathroom latrine ase ne nai?
pekhen kri haat muk duwabo lage aru khana kuwa agot haat dubo lge, khuwa pisot tu hat dhubo l;age
সদায় পৰিষ্কাৰ হৈ আহিবলৈ কোৱা, নখ চুলি চুটিককি কাটিবলৈ কোৱা, খোৱাৰ আগত আৰু পিছত চাবোনেৰে ভালদৰে হাত ধুবলৈ কোৱা, শিশুসকলৰ পুষ্টিকৰ আহাৰ প্ৰদান কৰাত গুৰুত্ব দিয়া
ReplyDeleteশিশু সকল স্বাস্থ্যকৰ অভয়াস অনুসৰণ কৰিছে নে নাই তাক নিশ্চিত কৰিবলৈ দৈনিক নখ, গা ধুৱা পৰিষ্কাৰ কাপোৰ পৰিধান কৰিছে নে নাই সেই টো পৰযবেশন কৰা অভিভাবকৰ লগত আলোচনা কৰি শিশুৰ ঘৰুৱা পৰিবেশৰ বুজ লোৱা শৌচ পেচাব কৰাৰ পিচত চাবোনেৰে হাত ধুয়ে নে নাই তাক পৰীক্ষা কৰাটো আৱশ্যক।
ReplyDeleteশিশু সকলে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক গা ধুৱা আৰু কাপোৰ চাফ চিকুণ কৰাটো পর্যবেশন কৰা ৷ অভিভাৱকৰ লগত আলোচনা কৰি শিশুৰ ঘৰুৱা পৰিবেশৰ বুজ লোৱা ৷ শোচ পেচাব কৰাৰ পিছত চাবোন ব্যৱহাৰ কৰিছে নাই তাক পৰীক্ষা কৰাতো , বাহিৰত ফুৰি মেলি আহি ঘৰত প্ৰৱেশ
ReplyDeleteকৰাৰ আগতে চেন্দেল,জোতা খুলি প্ৰৱেশ
কৰিছেনে,খাদ্য পানী আদি চাফ চিকুণকৈ ৰখা ইত্যাদি.....
1) sabonere valkoi haat dhuise ne nai sabo lage.
ReplyDelete2) haat aru vorir nokh katise ne nai sabo lago.
3) Daily gaa dhuatu ensure koribo lage
ReplyDeleteশিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হৈছে
১) প্ৰাত:সভা অনুষ্ঠিত হোৱাৰ প্ৰাক-মুহূৰ্তত সকলো শিশুৰ স্বাস্থ্য পৰিক্ষা যেনে নখ,দাঁত,ঐক্য সাজৰ পৰিপাটীতা, গা-ধোৱা ইত্যাদি নিৰিক্ষণ কৰিব লাগিব।
২) বিদ্যালয়ত থকা পাণীৰ আৰ্চেণিকৰ পৰিমাণ পৰিক্ষা কৰিব লাগিব আৰু খোৱা পাণীৰ ঠাইডোখৰ পৰিষ্কাৰকৈ ৰাখিব লাখিব লাগে।
৩) মধ্যান্ন ভোজণ গ্ৰহণৰ প্ৰাক মুহূৰ্তত আৰু ভোজণ গ্ৰহণ কৰাৰ পিছতো সকলো শিশুৱে জাতে চাবোনেৰে হাত ধোৱে তাক ণিৰীক্ষণ কৰিব লাগিব।
৪) শৌচ-প্ৰসাৱ আদি ব্যৱহাৰৰ পিছত সকলো শিশুৰ হাত-ধোৱাটো নিশ্চিত কৰিব লাগিব।
৫) মধ্যান্ন ভোজণত সেউজীয়া শাক-পাচলী আৰু গৰম (অত্যাধিক গৰম নহয়) খাদ্যৰ যোগাণ ধৰিব লাগিব তৰোপৰি শিশুৱে যাতে পৰিপাটিকৈ ভাল ঠাইত খাদ্য গ্ৰহন কৰে তাৰ প্ৰতি ণজৰ দিব লাগিব।
৫) বৰ্তমাণ Covid-19 ৰ সময়ছোৱাত সকলো শিশুৱে মাস্ক পৰিধ্যাণ,চেণিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক দুৰত্ব আদি বজাই ৰখাটো ণিৰিক্ষণ কৰিব লাগিব।
শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হৈছে
ReplyDelete১) প্ৰাত:সভা অনুষ্ঠিত হোৱাৰ প্ৰাক-মুহূৰ্তত সকলো শিশুৰ স্বাস্থ্য পৰিক্ষা যেনে নখ,দাঁত,ঐক্য সাজৰ পৰিপাটীতা, গা-ধোৱা ইত্যাদি নিৰিক্ষণ কৰিব লাগিব।
২) বিদ্যালয়ত থকা পাণীৰ আৰ্চেণিকৰ পৰিমাণ পৰিক্ষা কৰিব লাগিব আৰু খোৱা পাণীৰ ঠাইডোখৰ পৰিষ্কাৰকৈ ৰাখিব লাখিব লাগে।
৩) মধ্যান্ন ভোজণ গ্ৰহণৰ প্ৰাক মুহূৰ্তত আৰু ভোজণ গ্ৰহণ কৰাৰ পিছতো সকলো শিশুৱে জাতে চাবোনেৰে হাত ধোৱে তাক ণিৰীক্ষণ কৰিব লাগিব।
৪) শৌচ-প্ৰসাৱ আদি ব্যৱহাৰৰ পিছত সকলো শিশুৰ হাত-ধোৱাটো নিশ্চিত কৰিব লাগিব।
৫) মধ্যান্ন ভোজণত সেউজীয়া শাক-পাচলী আৰু গৰম (অত্যাধিক গৰম নহয়) খাদ্যৰ যোগাণ ধৰিব লাগিব তৰোপৰি শিশুৱে যাতে পৰিপাটিকৈ ভাল ঠাইত খাদ্য গ্ৰহন কৰে তাৰ প্ৰতি ণজৰ দিব লাগিব।
৬) বৰ্তমাণ Covid-19 ৰ সময়ছোৱাত সকলো শিশুৱে মাস্ক পৰিধ্যাণ,চেণিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক দুৰত্ব আদি বজাই ৰখাটো ণিৰিক্ষণ কৰিব লাগিব।
প্ৰতিটো শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নখ, গা ধুৱা আৰু চাফ চিকুণ হোৱাতো পৰ্যবেক্ষণ কৰা ৷ অভিভাৱকৰ লগত আলোচনা কৰি শিশুৰ ঘৰুৱা পৰিবেশৰ বুজ লোৱা আৰু মধ্যাহ্ন ভোজনৰ সময়ত হাত ধোৱাৰ লগতে পিন্ধা কাপোৰ চাফ চিকুণতা পৰ্যবেক্ষণ কৰা ।
ReplyDeleteDuring Assembly and daily check time or before
ReplyDeleteends we do the following things-
1. Show your teeth, nail.....Is it clean or not ....then give them practical knowledge of benefits of such cleaning.
2.Have you bath or not ....we should bath daily....
3. Comb your hair ...
4.Wear clean uniform or dress.......so on
We should provide them practical knowledge of benefits of such cleanliness in any way we can through activities.....
During assembly we must always check there nails, cleaness of there dress, should teach them to comb there hair always, should teach them to take bath always. As now it is a covid situation we should teach them to wash there hands and to change there clothes and use sanitizer after coming from outside. We should also teach them to wash their hands before eating anything.
ReplyDelete(১) তেওঁলোকে গা ধুইছিল নে নাই সোধা।
ReplyDelete২) বিদ্যালয়ত থকা পাণীৰ আৰ্চেণিকৰ পৰিমাণ পৰিক্ষা কৰিব লাগিব আৰু খোৱা পাণীৰ ঠাইডোখৰ পৰিষ্কাৰকৈ ৰাখিব লাখিব লাগে।
৩) মধ্যান্ন ভোজণ গ্ৰহণৰ প্ৰাক মুহূৰ্তত আৰু ভোজণ গ্ৰহণ কৰাৰ পিছতো সকলো শিশুৱে জাতে চাবোনেৰে হাত ধোৱে তাক ণিৰীক্ষণ কৰিব লাগিব।
৪) শৌচ-প্ৰসাৱ আদি ব্যৱহাৰৰ পিছত সকলো শিশুৰ হাত-ধোৱাটো নিশ্চিত কৰিব লাগিব।
শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ হলে আমি তেওঁলোকৰ দাত, নখ সদায় চাফ চিকুন হৈ আছে নে নাই পৰীক্ষা কৰিব লাগে। মধ্যাহ্ন ভোজনৰ সময়ত হাত ধোৱাৰ লগতে পিন্ধা কাপোৰ চাফ চিকুণ হোৱাটোও গুৰুত্ব দিব লাগে
ReplyDeleteপ্ৰতিটো শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰন কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নখ, দাত ,গা ধুৱা, চুলি চফা কৰা পযবেশন কৰা।
ReplyDeleteপ্ৰাত সভাত ছাত্ৰ-ছাত্ৰী সকলক
ReplyDeleteস্বাস্থ্য পৰিক্ষা কৰা উচিত ।যেনে-
নিতৌ দাত পৰিষ্কাৰ কৰা , নখ ছুটীকৈ কটা, খোৱাৰ আগতে চাবোনেৰে হাত ধোৱা, পৰিষ্কাৰ কাপোৰ পিন্ধা, ঘৰৰ পৰিবেশৰ লগতে শৌচাগাৰ-প্ৰস্বাৱগাৰ চাফ চিকুণকৈ ৰখা , বিশুদ্ধ পানী খোৱা, স্বাস্থ্যসন্মত খাদ্য আৰু কেচা ফল-মূল খোৱাৰ আগতে ধুই চাফা কৰি খাবলৈ পৰামৰ্শ আগবঢ়ালে নিশ্চয় শিশুসকলে স্বাস্থ্যকৰ অভ্যাস অনুসৰন কৰিব।
শিশুৰ সুস্থ দেহ-মানসিক স্বাস্থ্য গঠনৰ বাবে চাফ চিকুনতা, নিয়মিত ব্যায়াম অৰ্থাৎ খেলা-ধূলা ৰং ধেমালীৰ অতি প্ৰয়োজন । তেওঁলোকে নিয়মিত ভাৱে গা ধোৱা ক'ৰবাৰ পৰা আহি মুখ হাত ধোৱা, নখ কটা আদি কথাবোৰ শিক্ষক অভিভাৱকে সদায় লক্ষ কৰি তেওঁলোকক সুস্থ বাট দেখুৱাব লাগে ।
ReplyDelete1. Sodai ga dhubole bujai kobo lage.
ReplyDelete2. Nakh Pariskar kori Rokha.
3.Toiletloi juwar samayat sabun byaboher korar bisoye kobo lage.
শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হল-
ReplyDelete১. দাত, চুলি, নখ পৰিস্কাৰ হৈ আছে নে নাই নিৰীক্ষণ কৰা।
২. সাঁজ পোছাক পৰিস্কাৰ হৈ আছে নে নাই নিৰীক্ষণ কৰা।
৩. দৈনিক গা ধুই আহা।
৪. ভোজনৰ আগত হাত ধোৱা।
শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হ'ল- কিবা খাদ্য খাওঁতে হাত ধুইছিল নে নাই চোৱা, শৌচ কৰা পিছত চাবুনেৰে হাত ধুইছে নে নাই, সদায় দাঁত ব্ৰাছ কৰিছে নে নাই চোৱা, সদায় চাফা কাপোৰ পিন্ধিছে নে নাই চোৱা, সদায় গা ধুইছে নে নাই চোৱা , চুলি আৰু নখ পৰিষ্কাৰকৈ ৰাখিছে নে নাই চোৱা আদি ।
ReplyDeleteশিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ হলে আমি শিশু সকলৰ দাত,চুলি, নখ, পিন্ধি থকা কাপোৰ সদায় চাফ চিকুন হৈ আছে নে নাই পৰীক্ষা কৰিব লাগে। মধ্যাহ্ন ভোজনৰ সময়ত হাত ধোৱাৰ লগতে হাত ধোৱাৰ নিয়ম মানি চলাটো গুৰুত্ব দিব লাগে।
ReplyDeleteশিশুৰ স্বাস্থ্যকৰ অভ্যাস অনুসৰণ নিশ্চিত কৰিবলৈ প্ৰথমে আমি বিদ্যালয়ৰ চৌপাশ চাফ-চিকুণ কৰি ৰাখিব লাগিব ,তাৰ পিছত শিশুসকলৰ সাজ-পোছাক, দাঁত, নখ, চুলি চাফ-চিকুণ হৈ আছেনে নাই দৈনিক নিৰীক্ষণ কৰিব লাগে আৰু লগতে মধ্যাহ্ন ভোজন কৰাৰ আগত আৰু পিছত ভালদৰে চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰাব লাগে।
ReplyDeleteশিশুৱে স্ৱাস্হ্যকৰ অভ্যাস অনুকৰণ কৰাটো নিশ্চিত কৰিবলৈ হলে আমি প্ৰতিদিনেই তেওলোকৰ সাজ-পোছাক,দাত,চুলি,নখ আদি চাফ-চিকুন হৈ আছে নাই নিৰীক্ষণ কৰিব লাগিব৷ইয়াৰোপৰি প্ৰতিদিনে গা-ধুৱা,মধ্যাহ্ন ভোজনৰ সময়ত হাত- ধোৱা আৰু থালি-ধোৱা আদি পৰ্যবেক্ষণ কৰাতো অতি প্ৰয়োজন৷লগতে বিদ্যালয়ৰ চৌহদ আৰু মধ্যাহ্ন ভোজন তৈয়াৰ কৰা ঠাই পৰিষ্কাৰ-পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷
ReplyDeleteশিশুৰ স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ বিদ্যালয়ৰ চৌপাশৰ লগতে শ্ৰেণীকোঠাৰ চাফ চিকুণটাৰ ওপৰত দৃষ্টি দিয়া হয় আৰু শিশুসকলে পৰিধান কৰা বেশভূষা ,নখ, চুলি,চাফচিকুণকৈ আছেনাই তাক নিৰীক্ষণ কৰা হয় আৰু শৌচ প্ৰেচাব কৰাৰ পিচত হাত ধোৱা হৈছেনে নাই লগতে ভাত খোৱাৰ আগত আৰু পিছত ভালদৰে চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰোৱাৰ ওপৰত নজৰ দিয়া হয় ৷
ReplyDeleteশিশুৰ স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ হ'লে প্ৰথমতে আমি তেওঁ লোকক পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰতি সজাগ কৰিব লাগিব।নিতৌ প্ৰাত:সভাতে ছাত্ৰ সংসদৰ জৰিয়তে নখ, চকু,দাঁত , চোৱা চিতা কৰা লগতে,শিক্ষকে নিৰীক্ষণ কৰা । বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা ,নিজৰ ঘৰৰ চৌপাশ চাফ চিকুণ কৰি ৰাখিবলৈ তেওঁ লোকক অনুপ্ৰাণিত কৰা,শৌচ প্ৰস্বাৱ কৰাৰ পাছত চাবোনেৰে হাত ধোৱা , খাদ্য খোৱাৰ আগতে ভালকৈ হাত ধোৱা । এইবিলাক কাৰ্যৰ জৰিয়তে সুস্বাস্থ্য ক্ষেত্ৰ সমূহ নিৰীক্ষণ কৰিব লাগিব।
ReplyDeleteশিশুৰ স্বাস্থ্যকৰ অভ্যাস অনুসৰণ নিশ্চিত কৰিবলৈ শিক্ষকে বিদ্যালয়ৰ চৌপাশ চাফ চিকুনতা লগতে মধ্যাহ্ন ভোজনৰ সময়ত হাত, মুখ চাফ চিকুনতা লক্ষ্য কৰা
ReplyDeleteনখ,দাত,দৈনিক গাধুৱা আৰু ফল মূল খোৱা আগতেধুই চাফা কৰি খাবলৈ পৰামৰ্শ আগ বড়ালে ভাল হব
সৰ্বাংগীন
ReplyDelete1. Students are bathing regularly .
ReplyDelete2. They hygiene properly.
3. They drink plenty of water in the morning and time to time.
4. Students must conscious about filtered and boiled water.
5. They should know about the merits of vegetables and fruits.
6. Students have to understand balanced diet.
দাঁত নখ আদি পৰিষ্কাৰ হৈ আছে নে নাই সেইটো সদায় প্ৰাতঃসভাত পৰীক্ষা কৰিব লাগে তথা মধ্যাহ্নভোজনৰ সময়ত হাত-মুখ ধুৱাটো নিশ্চিত কৰিব লাগে।
ReplyDeleteশিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নিৰীক্ষণ কৰিবলগীয়া ক্ষেত্ৰসমূহ হল :-তেওঁলোকে গা ধুইছিল নে নাই প্ৰশ্ন কৰা ,তেওঁলোকৰ নখ - চুলি আৰু কাপোৰ কানি লক্ষ্য কৰা।মধ্যাহ্ন ভোজনৰ আগত আৰু পিছত তেওঁলোকে যাতে সদায় হাত ধুৱে তাক নিচ্ছিত কৰা।তেওঁলোকক দৈনন্দিন কাৰ্যকলাপত স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে সঠিকভাৱে শিকোৱা ।শৌচালয়বোৰ পৰিষ্কাৰ-পৰিপাটি আছেনে নাই তাৰ ওপৰত গুৰুত্ব দিয়া ।শিশুসকলক পুষ্টিকৰ আহাৰ প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰা ইত্যাদি।
ReplyDelete