ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক
শিশুসকলক প্ৰাক্ শৈশৱকালৰ সময়ছোৱাত আপুনি প্ৰদান কৰা অভিজ্ঞতাৰ প্ৰতিফলন ঘটাওক। সকলো শিশুকে একে ধৰণৰ নিৰ্দেশনা আৰু পৰীক্ষাৰ নিৰ্ধাৰিত সময়সূচী প্ৰদান কৰা হৈছেনে নে শিকনৰ ক্ষেত্ৰত থকা ভিন্নতাক গুৰুত্ব দিয়া হৈছে ? আপোনাৰ মতে, শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা / সীমাবদ্ধতাসমূহ কি ? আপোনাৰ মতামত প্ৰকাশ কৰক
Drawing, playing and singing -dancing activities are main themes in pre primary education system. Joyful learning system is the main aims in pre primary education system where children can improve their mental and physical skills.
ReplyDeleteIt is a good education system for the future of children education life.
ECCE অৰ্থাৎ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা। ইয়াৰ জৰিয়তে শিশুৰ প্ৰাৰম্ভিক বয়সত শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰা সম্ভৱ হৈ উঠে। শিশুৰ প্ৰাৰম্ভিক বয়সত মগজুৰ দ্ৰুত আৰু বিস্তৃত বিকাশ হয়। সেয়েহে আমি শিশুৰ শৈশবকালত শিশুকেন্দ্ৰীক শিক্ষা প্ৰদান কৰি শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰিব পাৰি। প্ৰাক প্ৰাথমিক পৰ্যায়ত শিশুৰ শাৰীৰিক, মানসিক, সামাজিক আৰু বৌদ্ধিক বিকাশ কৰিবলৈ আৰু শিশু উপযোগী শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবলৈ শিশুৰ শিকাৰ আধাৰ হিচাপে খেল-ধেমালি, কলা, শিশুৰ অনুভৱ আৰু শিশুৰ মান্যতাৰ ওপৰত গুৰুত্ব দিব লাগে।
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteহয়, শিশুসকলক একেধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হয়।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা.......
(১) শিক্ষাৰ্থীসকলে প্ৰশ্ন সুধিবলৈ, প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিবলৈ আত্মনিৰ্ভৰশীলতাৰে কাম কৰিবলৈ শিকে।
(২) শিক্ষাৰ্থীসকলে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰাৰ আৰু শ্ৰেণীকোঠাৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰ্যাপ্ত সুযোগ পায়।
(৩) শিক্ষাৰ্থীসকলে প্ৰাপ্ত কৰা তথ্যবোৰ বুজি পায়, বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে সেইবোৰ বাখ্যা কৰে আৰু তেওঁলোকৰ জ্ঞানৰ সৈতে একত্ৰিত কৰে।
শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ সীমাবদ্ধতাসমূহ...........
(১) অত্যাধিক স্বাধীনতাৰ ফলত অবাঞ্ছিত আচৰণ হ'ব পাৰে ।
(২) শিক্ষকে একে সময়তে সকলো শিক্ষাৰ্থীক তথ্য প্ৰদান কৰিবলৈ অক্ষম।
(৩) কিছুমান শিক্ষাৰ্থীয়ে স্বতন্ত্ৰভাৱে কাম কৰিব বিচাৰে, তেওঁলোকৰ বাবে, গোটৰ কামবোৰ এটা সমস্যা হৈ পৰে ।
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈশৱ কালতো হৈছে আটাইতকৈ সুন্দৰ সময়।এই কালছোৱাত শিশুৱে মুক্তমনে বিচৰণ কৰি শিক্ষা আহৰণ কৰিব পাৰে।খেলা -
ReplyDeleteধূলা,গীত,নৃত্যৰ মাজেৰে শিশুৰ শাৰীৰিক,মানসিক,আৰু বৌদ্ধিক বিকাশ হোৱাৰ লগতে শিশুৱে নিজ কে সামাজিক পৰিবেশৰ লগত খাপ খুৱাই তুলিবলৈ সক্ষম হয়।
Sisu vede sikonor vinnota thake. Soci economic situation vede sisu sokolor sikon khomota r vinnota thoka dekha jai. Seye he sokonor khetrot thoka vinnotak gurrutto dia usit.
ReplyDeleteশিশু এটাৰ বাবে প্ৰাক শৈশৱ কালৰ শিক্ষা অতি প্ৰয়োজনীয় ৷সেয়ে শিশু ৰ শিক্ষা মনোগ্ৰাহী কৰি তুলিবলৈ খেলা ধূলা, সংগীত , নৃত্য আদিৰ জৰিয়তে প্ৰাক শৈশৱকালত শিক্ষাদান কৰা উচিত বুলি ভাৱোঁ
ReplyDeleteYes
ReplyDeleteহয়। শিশু সকলক একে ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হয়। শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন ব্যৱহাৰৰ উপযোগিতা - ১)শিক্ষাৰ্থী সকলে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিবলৈ, আত্মনিৰ্ভৰশীলতাৰে কাম কৰিবলৈ শিকে। ২)শ্ৰেণী কোঠাৰ কাৰ্য কলাপত সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে আৰু বিভিন্ন কাৰ্য কলাপৰ জৰিয়তে সেই বিলাক ব্যাখ্যা কৰিবলৈ সুযোগ পায়।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন ব্যৱহাৰৰ সীমাবদ্ধতা - ১)অত্যাধিক স্বাধীনতাৰ ফলত অবাঞ্চিত আচৰণ হব পাৰে।
শিশুসকলক একেধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হয়।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা
----শিক্ষাৰ্থীসকলে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰে।
----শ্ৰেণীকোঠাৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰ্যাপ্ত সুযোগ পায়।
----শিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকৰ জ্ঞান একত্ৰিত কৰে।
শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ সীমাবদ্ধতাসমূহ=
------শিক্ষকে একে সময়তে সকলো শিক্ষাৰ্থীক তথ্য প্ৰদান কৰিবলৈ অক্ষম।
------কিছুমান শিক্ষাৰ্থীয়ে স্বতন্ত্ৰভাৱে কাম কৰিব বিচাৰে, তেওঁলোকৰ বাবে গোটবোৰ এটা সমস্যা হৈ পৰে ।
হয়! সকলো শিশুকে একেধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হয়। শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমন আৰু ইয়াৰ ব্যৱহাৰৰ উপযোগিতা::
ReplyDelete১) শিক্ষাৰ্থীসকলে পূৰ্বজ্ঞানৰ লগত নতুন জ্ঞানৰ সংযোজন কৰি শিকিবলৈ চেষ্টা কৰে।
২) শিক্ষাৰ্থীয়ে আহৰণ কৰা জ্ঞান নিজস্ব ধ্যান ধাৰণাৰে সেইবোৰ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰে।
৩) হাতে কামে কৰিবলৈ সুযোগ পোৱা বাবে শিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্য কৰিবলৈ সুযোগ পায় যাৰ যোগেদি নিজস্ব অনুমিতি সম্বলিত তথ্য আহৰণ কৰে আৰু সেই তথ্যবোৰ বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হ'ব পাৰে।
৪) শিক্ষাৰ্থীয়ে দক্ষতা আহৰণ কৰিবলৈ প্ৰত্যক্ষ সুযোগ পায়।
সীমাবদ্ধতা::
১) শিক্ষকে প্ৰতিজন শিক্ষাৰ্থীক ব্যক্তিগতভাবে উপযুক্ত তথ্য যোগান ধৰিবলৈ সক্ষম নহয়।
২) কেতবোৰ শিক্ষাৰ্থীয়ে সদায় শিক্ষক অথবা অন্যান্য সমনীয়া শিক্ষাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰি চলে।
সকলো শিশুকে একে নিৰ্দেশনা তথা পৰীক্ষাৰ নিৰ্ধাৰিত সময়সূচী প্ৰদান কৰা হয় । শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাৰ কাৰ্যকলাপত আত্মনিৰ্ভৰশীলতাৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে । আনহাতে শিক্ষকে একে সময়তে সকলো শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ তথ্য প্ৰদান কৰিবলৈ সক্ষম নহ’বও পাৰে ।
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteইয়াৰ উপযোগিতা হল ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ, নেতৃত্ব লোৱা ক্ষমতা,বাকপটুতা, কৌতুহলতা, সৃষ্টিশীলতা আদি গুণসমূহ বিকাশ হ'ব।
ReplyDeleteঅতিমাত্ৰা বিচৰণত শিক্ষকৰ নিয়ন্ত্ৰণাধীন থাকিব লাগিব।
৩ ৰ পৰা নবছৰ বয়স হৈছে শিশুৰ বাবে সর্বাংগীন বিকাশৰ সময় ৷ এই সময়ছোৱাত শিশুক মুক্ত মনে খেলাধুলা, নৃত্য, গীত, সাধু, গল্প কোৱা আদিৰ মাজেৰে দক্ষতা প্রাপ্তি সম্ভৱ হয় ৷
ReplyDeleteশিশুৰ বাবে প্ৰাক বিদ্যাল়য় সময় সোৱাত কৰিবলৈ দিয়া বিভিন্ন ক্ৰিয়াকলপৰ জৰিয়তেই তেওঁলোকৰ মগজুৰ কলা বৃদ্ধি পাইছে।
ReplyDeleteমুক্ত চিন্তন কথোপকথন আদিৰ দ্বাৰা শিশুৰ মানহিক বিকাশ ঘটে। মুঠৰ ওপৰত শিশুক মুক্ত আচৰণ মুক্ত অনুসৰণ কৰিবলৈ উদগনি যোগোৱাৰ চেষ্টা কৰাৰ বাবে ECCE ক সাফল্য সূচক হিচাপে গ্ৰহণ কৰিব পাৰি।
ছাত্ৰ ছাত্ৰী সকলৰ বাবে বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰোঁ ।ছাত্র ছাত্ৰী অনুপাতে শিক্ষক কম বাবে কিছু অসুবিধা হয়।
ReplyDeleteশিশুক মুক্ত চিন্তা আৰু আচৰণৰ সুবিধা প্ৰদান কৰি বিকাশত অৰিহণা যোগায়
ReplyDeleteশিক্ষাৰ্থী সকলক অধিক মনোগ্ৰাহী কৰি তুলিবৰ বাবে বিভিন্ন অংগী ভংগী আৰু নিত্য গীত মাতেৰে শিক্ষাদান কৰিব লাগে।
ReplyDeleteWe are providing students practical education. Like arranging dancing singing competition and providing them education related toys. Providing Tlm to students. So that they can understand the topics and enjoy learning .
ReplyDeleteআমি শিশুৰ শৈশবকালত শিশুকেন্দ্ৰীক শিক্ষা প্ৰদান কৰি শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰিব পাৰি। প্ৰাক প্ৰাথমিক পৰ্যায়ত শিশুৰ শাৰীৰিক, মানসিক, সামাজিক আৰু বৌদ্ধিক বিকাশ কৰিবলৈ আৰু শিশু উপযোগী শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবলৈ শিশুৰ শিকাৰ আধাৰ হিচাপে খেল-ধেমালি, কলা, শিশুৰ অনুভৱ আৰু শিশুৰ মান্যতাৰ ওপৰত গুৰুত্ব দিব লাগে
ReplyDeleteশিশুৰ সৰবাংগীন বিকাশ ৰ বাবে শৈশৱ কালটো হৈছে আটাইতকৈ সুন্দৰ সময়, এই কাল চোৱাত শিশু ৱে মুক্ত মনে বিচৰণ কৰি শিক্ষা আহৰণ কৰিব পাৰে। খেলা-ধূলা, নাচ-গান আদিৰ মাজেৰে শিশুৰ শাৰিৰীক মানসিক আৰু বৌদ্ধিক বিকাশ হোৱাৰ লগতে শিশুৱে নিজকে সামাজিক পৰিবেশৰ লগত খাপ খুৱাই তুলিবলৈ যত্ন পৰ হব।
ReplyDelete।
শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ আনন্দদায়ক অৰ্থাৎ নাচ গান খেলা ধূলা আদিৰ মাজেদি সাধন কৰিব পাৰি। ইয়াত শিশুৱে নজনাকৈয়ে নিৰ্ভয়ে জ্ঞান লাভ কৰিব পাৰে
ReplyDeletesikhu kharo rik bodhik bikash anad moi kori tule nas gaan khela dhula adhire maajore khadon koribo pahre. yat khikue najakoi giyan laav kori bo pahre
ReplyDeleteপ্ৰাক্ শৈশৱকালৰ সময়ছোৱাত শিশুসকলে লগৰিয়াৰ লগত আনন্দদায়ক খেল-ধেমালি ও নৃত্য-গীত আদিত অংশ গ্ৰহণ কৰি, ছবি আকি,ইত্যদিৰ পৰা অজাণিতে শৈক্ষিক ধাৰণা সমূহ সহজে আয়ত্ব কৰিবলৈ সক্ষম হব পাৰে। এইবোৰৰ জৰিয়তে সহজে শিশুৰ সংকোচ,ভয়, অকলশৰীয়া ভাৱ আদি দুৰ হয় আৰু শিশুটোৱে নিজকে অংশ গ্ৰহণৰ সুবিধা পায়।ফলত শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণৰ মাপকাঠী নিৰুপণৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হয়।
ReplyDeleteযদিও শিক্ষকজনৰ একে ধৰণৰ নিৰ্দেশনা আৰু পৰীক্ষাৰ নিৰ্ধাৰিত সমৰসূচিয়ে সকলো শিশুৰ ক্ষেত্ৰত শিক্ষক গৰাকী উপকৃত নহবও পাৰে। কাৰণ সকলো শিশুৰ দক্ষতা অৰ্জনৰ সামৰ্থ একে নাথাকিবও পাৰে। সেয়েহে শিক্ষকজনে সকলো ছাত্ৰ-ছাত্ৰীৰ অভিৰূচিও জনাটো আৰু শিকনৰ ক্ষেত্ৰত থকা ভিন্নতাক গুৰুত্ব দিয়াটো প্ৰয়োজন।
শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্যৱহাৰ উপযোগিতাসমূহ হৈছে
১) শিশুৱে সমণীয়াৰ লগত অংশ গ্ৰহনৰ সুবিধা পায়
২) শিশুৰ সংকোচ, ভয় আদিৰ ভাৱ আতৰ হয়।
৩) শিশুৱে ভাৱ বিণিময়ৰ সুবিধা পায়।
৪) শিশুৱে শৈশিক ধাৰণাসমূহ সহজে আয়ত্ব কৰিব পাৰে।
শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমন, ব্যৱহাৰৰ সীমাবদ্ধতাসমূহ হৈছে-- ১) বিষয়বস্তু বাস্তৱিক কৰ্যকলাপ ও তথ্য ভিতিক হোৱা উচিত।
২) শিশুৰ বিচৰণত নিৰ্ধাৰিত সময়সূচিৰ প্ৰয়োজণ।
৩) পৰিকল্পিত ক্ৰিয়াকলাপ আৰু শিশুক আকৰ্ষণ কৰিব পৰা কাৰ্যকলাপ।
The students able to increase their creativity,Capability as soon as construct a good behaviour.
ReplyDeleteহয়, শিশুৰ প্ৰাক শৈশৱৰ শিক্ষাৰ প্ৰয়োজন। শিশুৰ মনোগ্ৰাহী হবৰ বাবে এই শিক্ষা খেলা-ধূলা, নৃত্য-গীতৰ জৰিয়তে হোৱা উচিত বুলি ভাবো।
ReplyDeleteশিশু সকলক খেলা ধুলা আৰু নৃত্য গীতৰ মাজেৰে শিকাব লাগে ।তেতিয়া শিশু সকল শিকা ৰ প্ৰতি আগ্ৰহী হব বুলি ভাবো।
ReplyDeletehikhu hokolok homoi hima nirdharito kori hikoniyo bikhoi bostu basoni kori upojukto dikhot kriyakolapere prodorkhon kori hikabo lagibo
ReplyDeletePre primary education should be based on
ReplyDelete1. Joyful and interactive learning
2. Child centre leaning
3. Activities based learning
4. Question should be asked to aroused their curiosity.
5.Drawing, playing and singing -dancing activities are main themes in pre primary education system.
6.The teacher should act as a friend , philosopher and a guide rather .
শিশুৰ পাক্ শৈশৱ কালছোৱা হৈছে তেওঁলোকৰ সৰ্বাংগিন বিকাশৰ ঘাই সময়৷শিক্ষাকেন্দ্ৰিক অভিগমন,ব্যৱহাৰৰ মূল উপযোগিতা হৈছেপ্ৰশ্ন সোধাৰ যোগেদি আত্মনিৰ্ভৰশীলতা তথা আত্মবিশ্বাসৰ বুনিয়াদ গঢ়ি উঠে৷ ফলত সক্ৰিয়তা বাঢ়ে৷সামাজিকৰণৰ আদি পাঠ লভে৷ মূল সীমাবদ্ধতা হৈছে প্ৰতিটো শিশুকে সম গুৰুত্ব দিয়াটো সকলো শিক্ষকৰ বাবে কঠিন কাম৷
ReplyDeleteপ্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক চিত্ৰ-কাহিনী,সাধুকথা,কথোপকথন,খেলৰ জৰিয়তে তেওঁলোকৰ মানসিক,শাৰীৰিক,সামাজিক আৰু বৌদ্ধিক বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰা হয়।
ReplyDeleteদক্ষতা নিৰূপনৰ ক্ষেত্ৰত ছাত্ৰ- ছাত্ৰীৰ ভিন্নতা অনুযায়ী গুৰুত্ব দিবলৈ যাওঁতে স্বাভাৱিক ভাৱেই নিদেৰ্শনাসমূহ বেলেগ হৈ পৰে।
শিকনৰ ক্ষেত্রত থকা ভিন্নতাক গুৰুত্ব দিয়া হৈছে।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমনৰ উপযোগিতা :-
১/ শিশুৰ নিজা সামৰ্থ অনুসৰি শিকন সম্ভৱ হয়।
২/ শিশুক আগ্ৰহী আৰু উৎসাহিত কৰে।
৩/ সমনীয়াৰ পৰা শিকে।
৪/ শিকন আকৰ্ষণীয় আৰু আনন্দদায়ক হয়।
৫/ শিশুয়ে স্বতঃস্ফূর্তভাবে নিজকে প্ৰকাশ কৰিব পাৰে,সহযোগিতা আৰু নেতৃত্ব গুণৰ বিকাশ হয়।
৬/ সকলো শিশুৱে সক্ৰিয় অংশগ্ৰহণৰ সুযোগ লাভ কৰে।
সীমাবদ্ধতা:-
১/ পৰিৱেশ নিয়ন্ত্রণ কৰাটো কঠিন হয়।
২/ অধিক সময়ৰ প্ৰয়োজন হয়।
৩/ সামাজিক দক্ষতা কম থকা শিশুসকল বিৰক্ত হোৱাৰ সম্ভাৱনা থাকে।
Pre primary education is very much essential for all round development of the child. In this regard the child should be taught through interactive and interesting ways through plays, singing, dancing, drawing and other such joyful activities.
ReplyDeleteYes, we focus on the personal differences of the learner in the fild of learning.
ReplyDeleteAdvantages are
1.helping students adjust to a new and different learning environment.
2.giving students enough room to fail and learn from their missteps. .
3.helping students develo their critical thinking and sef reflection skills.
4.giving students the chance to express their ideas in their terms.
Disadvantegs are
1.it requirs more skill on the part of the teacher as well as their time and resources.
2.it often relies on the teachers ability to create materials appropiate to learners expressed needs.
শিশু এটাৰ বাবে প্ৰাক শৈশৱ কালৰ শিক্ষা অতি জৰুৰী ৷ সেয়েহে শিশুৰ শিক্ষা মনোগ্ৰাহী কৰি তুলিবৰ বাবে খেল ধেমালিৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব লাগে ৷
ReplyDeleteশিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈশৱ কালতো হৈছে আটাইতকৈ সুন্দৰ সময়।এই কালছোৱাত শিশুৱে মুক্তমনে বিচৰণ কৰি শিক্ষা আহৰণ কৰিব পাৰে
ReplyDelete১/ শিশুৰ নিজা সামৰ্থ অনুসৰি শিকন সম্ভৱ হয়।
2) হাতে কামে কৰিবলৈ সুযোগ পোৱা বাবে শিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্য কৰিবলৈ সুযোগ পায় যাৰ যোগেদি নিজস্ব অনুমিতি সম্বলিত তথ্য আহৰণ কৰে আৰু সেই তথ্যবোৰ বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হ'ব পাৰে
Yes, we focus on the personal differences learner in the filed of learning.
ReplyDeleteAdvantages. Helping students adjust to a new and diffrent learning environment. Giving students enough room to fail and learn from their missteps. Helping students develop their critical thinking and self reflection skills. giving students the chance to express their ideas in their terms.
প্ৰতিটো শিশুৱে স্বাস্থ্যকৰ অভ্যাস অনুসৰন কৰাটো নিশ্চিত কৰিবলৈ দৈনিক নখ, দাত ,গা ধুৱা, চুলি চফা কৰা পযবেশন কৰা।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন
ReplyDeleteনিশ্চিতভাৱে এক সুন্দৰ পদক্ষেপ । প্ৰতিজন শিশুৰে এটি নিজস্ব মন আৰু প্ৰকাশ শৈলী থাকে । ইয়াৰ দ্বাৰাই শিক্ষক তথা অভিভাৱক সকলে শিশুটিক কোন দিশত কি দৰে আগবঢ়াই নিলে প্ৰতিভাৰ সহজ বিকাশ ঘটিব সেই বিষয়ে এক আগতীয়া জাননী পাবলৈ সক্ষম হব পাৰে । যি বাৰ্তাই শিশুটিৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱাত শিক্ষকৰ দায়বদ্ধতাক অধিক কাৰ্যক্ষম কৰিব । এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকৰ আন্তৰিক সদ-ইচ্ছাৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে আছে । যিহেতু বিদ্যালয় বিলাকত শিশুসকলৰ ভিন্ন পটভূমিৰ পৰা অহাৰ লগতে তেওঁলোকৰ ভিন্ন প্ৰকাৰৰ স্বাস্থ্যৰ বিকাশ শিশু অনুসৰি ভিন্ন হয় । সেয়ে তেওঁলোকৰ শিকনৰ মানদণ্ডও ভিন্ন হোৱাটো স্বাভাবিক । সেয়েহে শিক্ষাৰ্থীৰ শিকনৰ ক্ষেত্ৰত শিকনৰ ভিন্নতাক গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজন ।
সীমাবদ্ধতা--------
১. শিশু সকলৰ ধাৰণা প্ৰতিফলনৰ বাবে বাবে বিস্তৃত পৰিসৰৰ অভাৱ ।
২. শিশু সকলে ঘৰ আৰু সমাজৰ পৰা আহৰণ কৰা কিছুমান অবাঞ্চিত অভ্যাস যিটোৱে শিশুটিৰ সিদ্ধান্ত ল'ব পৰা দক্ষতা বিকাশত কিছু পৰিমাণে স্থবিৰতা আনে ।
৩. পেছাগত শিক্ষাদান প্ৰক্ৰিয়া নিচাগত শিক্ষাদান প্ৰক্ৰিয়ালৈ পৰিবৰ্তন নোহোৱালৈকে শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন যাত্ৰাই পূৰ্ণতা নাপাব ।
৪.শিক্ষকৰ বিশেষ প্ৰশিক্ষণৰ লগতে দক্ষতা নিৰূপনৰ প্ৰণালীবদ্ধ পৰীক্ষণ ব্যৱস্থাৰ প্ৰয়োজনীয়তা ।
৫. সৰ্বভাৰতীয় পৰ্য্যায়ত গোট মূল্যায়নৰ আৱশ্যকতা । যি এখন প্ৰকৃত ছবি দাঙি ধৰিবলৈ সক্ষম হব ।
শিশুসকলক ঘৰুৱা পৰিবেশৰ পৰা বিদ্যালয়ৰ পৰিবেশৰ সৈতে আত্মস্থ হবলৈ, এক আনন্দমূখৰ পৰিবেশেৰে বিদ্যালয়লৈ আহিবলৈ আকৰ্ষিত কৰিবলৈ খেল-ধেমালি কৰিব পৰাকৈ যথেষ্ট সংখ্যক খেলা-ধূলাৰ সজুঁলীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মাজেদি শিশুসকলে নিজে কৰি চাই শিকিবৰ বাবে অৱকাশ পায়। শিশুসকল উৎসাহিত হোৱাৰ লগতে সমনীয়াৰ লগত সহযোগিতা স্থাপন হয়। অত্যাধিক স্বাধীনতাই বিদ্যালয়ত যাতে বিশৃংখল পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সতৰ্কতা দৃষ্টি ৰখাৰ প্ৰয়োজন। বিদ্যালয়ৰ পুথিভঁৰালৰ বহু পুথি আছে যাৰ দ্বাৰা শিক্ষকৰ সহায়ত আখ্যান, সাধুকথা, জীৱ-জন্তুৰ ছবি আদিৰ সহায়ত মৌখিক ভাৱৰ আদান-প্ৰদানৰ জৰিয়তে শিশু আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সহজ পৰিবেশৰ ৰচনা কৰা হয়। শিশু সকলৰ ভাষাৰ অভিজ্ঞতাৰ বিষয়ে ইয়াৰ জৰিয়তে উমান লৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
ReplyDeleteশিশুসকলৰ প্ৰাক্ শৈশৱ কালৰ সময়ছোৱাতেই সবাংগীন বিকাশৰ বাবে অতি উত্তম সময়। শিশুসকলক মানসিক, শাৰীৰিক, সামাজিক আৰু বৌদ্ধিক বিকাশত গুৰুত্ব দি খেলা-ধূলা, নৃত্য-গীত মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে।প্ৰাক শৈশৱ কালৰ সময়ছোৱাৰ পৰাই শিশুসকলক সুস্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ দৈনিক নখ,দা্ঁত,গা ধুৱা, খোৱাৰ আগতে হাত ধুৱা আদি শিক্ষা প্ৰদান কৰিব লাগে।
ReplyDeleteশিশুৰ সৰাংগীন বিকাশৰ বাবে প্রাক্ শৈশৱ কালৰ শিক্ষা অতি প্রয়োজনীয়। সেয়ে শিশুৰ শিক্ষা মনোগ্ৰাহী কৰি তুলিবলৈ শিশুক মুক্তমনে খেলা-ধূলা,নৃত্য,গীত,সাধু কোৱা আদিৰ মাজেৰে প্রাক্ শৈশৱ কাল শিক্ষাদান কৰা উচিত বুলি ভাবো।
ReplyDeleteসকলো শিশুকে একে ধৰণৰ নিৰ্দেশনা দিয়া হয়। কিন্তু তাৰ ভিতৰতে শিকনত ঘাটি থকা শিশু সকলৰ ক্ষেত্ৰত বিকল্প পদ্ধতি প্ৰয়োগ কৰি শিকনীয় ফলাফল আয়ত্ত কৰিব পাৰে। লগৰীয়াৰ লগত খেলা ধূলা ৰ জৰিয়তে শিশুৱে বহু কথা সহজে শিকে ।
ReplyDeleteদলগত শিকনে শিশু সকলৰ ভয়,লাজ আঁতৰাই।
সকলো শিশুকে একে ধৰণৰ নিৰ্দেশনাা দিয়া হয় আৰু পৰীক্ষাৰ সময়সীমা নিৰ্ধাৰিত ভাৱে প্ৰদান কৰা হয় লগতে শিকনৰ ক্ষেত্ৰত থকা ভিন্নতাৰ ওপৰতো লক্ষ্য ৰাখিবলৈ যত্ন কৰা হয় ৷ শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমনত পাৰ্গত শিশুৰ কা্ৰ্যৰ তুলনাত কম বুদ্ধিমত্তাৰ শিশুসকলক তেওঁলোকৰ দক্ষতানুসাৰি কা্ৰ্য কৰোৱা হয়৷ ব্যৱহাৰীকভাৱে সকলোকৱে সম্যক জ্ঞান লাভ কৰোতে বিভিন্নতা দেখা পোৱা যায় ৷ সীমাবদ্ধতাৰ ক্ষেত্ৰতো সকলো শিক্ষাৰ্থীক একে সময়তে যিকোনো তথ্যৰ জ্ঞান দিয়াত অসুবিধাৰ সন্মুখীন হওঁ ৷
ReplyDeleteঅভিগমন আৰু উপযোগিতা
ReplyDeleteছাত্ৰ_ছাত্ৰী সকলে কৰি শিকা অৰ্থাৎ হাতে কামে কৰি শিকিব।
তেওঁ লোকে তথ্য সংৰক্ষণ কৰা, আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব।
পাৰস্পৰিক বিনিময় , বস্তুগত বিনিময় আৰু প্ৰাপ্তবয়স্ক বিনিময়ৰ জৰিয়তে জ্ঞান প্ৰাপ্তি লাভ কৰে।
সকলো শিশুকে একে ধৰণৰ নিদেশনা দিয়া হয়
ReplyDeleteশিশুৰ শিক্ষা মনোগ্ৰাহী কৰি তুলিবলৈ সাধু ,খেলাধূলাৰ, সংগীত, নৃত্য যোগেদি শিক্ষা দান কৰা উচিত
৷
।
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈশৱ কালটোৱে হৈছে আটাইতকৈ সুন্দৰ সময় সেয়েহে এই কালছোৱাত শিশুকেন্দ্ৰীক শিক্ষা প্ৰদান কৰি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে চেষ্টা কৰা হয়৷
ReplyDelete। সেয়েহে শিশুসকলক একেধৰনৰ নিৰ্দেশনা প্ৰদান কৰা হয়৷ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে ইজনে সিজনৰ লগত কথা-বতৰা পাতিবলৈ সুবিধা পায়,শ্ৰেণীকোঠাত বিভিন্ন কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা পোৱাৰ লগতে হাতে-কামে কৰিবলৈ সুযোগ পায় ইয়াৰ যোগেদি তেওঁলোকে নিজস্ৱভাৱে সামৰ্থ অনুসৰি তথ্য আহৰণ কৰি নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হব পাৰে৷
In child centered approach, the teacher takes on the role of a coach.Joyful learning like drawing, playing, singing, dancing & drama's are main themes in child centered approach . Children create their lesson objectives with the help of the teacher. I think the goal is to teach the child how to apply what they learn in real- world situations.This approach improve child's inner activities and levels of understandings.
ReplyDeleteভিন্নতাক গুৰুত্ব দিয়া হয়।
ReplyDeleteECCE ৰ জৰিয়তে শিশুৰ প্ৰাৰম্ভিক বয়সত তেঁওলোকৰ সৰ্বাংগীন বিকাশ সাধন হয় । এই সময়ছোৱাত শিশুসকলৰ মগজুৰ দ্ৰুত বিকাশ সাধন হয় । প্রাক-প্ৰাথমিক পৰ্য্যায়ত শিশু সকলৰ শাৰীৰিক, মানসিক , সামাজিক , বৌদ্ধিক বিকাশ সাধন কৰিবলৈ আৰু শিশু উপযোগী শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবলৈ শিশু সকলৰ আধাৰ হিচাপে খেল-ধেমালি, নাচ-গান, শিশুৰ অনুভৱ আৰু মান্যতাৰ ওপৰত প্ৰাধান্যতা প্রদান কৰাটো খুবেই জৰুৰী ৷
ReplyDeleteঅভিগমন তথা ব্যৱহাৰৰ উপযোগিতা: শিক্ষার্থীকেন্দ্রিক অভিগমনৰ ফলত শিশু সকলৰ জিজ্ঞাসুমনৰ জিজ্ঞাসাবোৰ মূৰ্ত হোৱাৰ লগতে প্রয়োজনীয় তথ্য সমূহ সংগ্রহ কটি আত্মনির্ভৰশীলতাৰে কামসমূহ কৰিবলৈ শিকে। তাৰোপৰি শিক্ষার্থীসকলে ইজনে সিজনৰ লগত বার্তালাপ কৰি শ্ৰেণীকোঠাৰ ক্রিয়া-কলাপসমূহত সক্রিয়ভাৱে অংশগ্রহণ কৰিবলৈ সুবিধা পায় আৰু এই ক্রিয়াকলাপ সমূহৰ জৰিয়তে তেওঁলোকে একক বা দলীয়ভাৱে আহৰণ কৰি যিবোৰ তথ্য লাভ কৰে, সেইবোৰ তেওঁলোকে জ্ঞানৰ সৈতে একত্রিত কৰে।
শিক্ষার্থী কেন্দ্রিক অভিগমনৰ এই উপযোগিতাসমূহৰ উপৰিও কিছুমান সীমাবদ্ধতাও আছে। যেনে-৷ শিশু সকলক অত্যধিক স্বাধীনতা প্রদান কৰিলে অবাঞ্ছিত আচৰণৰ সন্মুখীন হবলগীয়া হব পাৰে। তাৰোপৰি,এজন শিক্ষকে সকলো শিক্ষার্থীক একে সময়তে তথ্যসমূহ প্রদান কৰিবলৈ সক্ষম নহ'বও পাৰে। আন কিছুমান এনে শিক্ষার্থী আছে যিয়ে অকলশৰীয়াকৈ কাম কৰিবলৈ বিচাৰে। এনে শিকাৰু সকলে দলবদ্ধভাৱে ক্রিয়াকলাপসমূহ সম্পাদন কৰিবলৈ অপাৰগ হয়।
হয়, শিশুসকলক একেধৰণৰ নিৰ্দেশনা প্ৰদান কৰা হয়।
ReplyDeleteশিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা.......
(১) শিক্ষাৰ্থীসকলে প্ৰশ্ন সুধিবলৈ, প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিবলৈ আত্মনিৰ্ভৰশীলতাৰে কাম কৰিবলৈ শিকে।
(২) শিক্ষাৰ্থীসকলে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰাৰ আৰু শ্ৰেণীকোঠাৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰ্যাপ্ত সুযোগ পায়।
(৩) শিক্ষাৰ্থীসকলে প্ৰাপ্ত কৰা তথ্যবোৰ বুজি পায়, বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে সেইবোৰ বাখ্যা কৰে আৰু তেওঁলোকৰ জ্ঞানৰ সৈতে একত্ৰিত কৰে।
শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ সীমাবদ্ধতাসমূহ...........
(১) অত্যাধিক স্বাধীনতাৰ ফলত অবাঞ্ছিত আচৰণ হ'ব পাৰে ।
(২) শিক্ষকে একে সময়তে সকলো শিক্ষাৰ্থীক তথ্য প্ৰদান কৰিবলৈ অক্ষম।
(৩) কিছুমান শিক্ষাৰ্থীয়ে স্বতন্ত্ৰভাৱে কাম কৰিব বিচাৰে, তেওঁলোকৰ বাবে, গোটৰ কামবোৰ এটা সমস্যা হৈ পৰে ।
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈশৱ কালতো হৈছে আটাইতকৈ সুন্দৰ সময়।এই কালছোৱাত শিশুৱে মুক্তমনে বিচৰণ কৰি শিক্ষা আহৰণ কৰিব পাৰে।
ReplyDeleteখেলা - ধূলা,গীত,নৃত্যৰ মাজেৰে শিশুৰ শাৰীৰিক,মানসিক,আৰু বৌদ্ধিক বিকাশ হোৱাৰ লগতে শিশুৱে নিজকে সামাজিক পৰিবেশৰ লগত খাপ খুৱাই তুলিবলৈ সক্ষম হয়।
শিশুসকলক একেধৰনৰ নিৰ্দেশনা প্ৰদান কৰা হয় যাতে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে ইজনে সিজনৰ লগত কথা-বতৰা পাতিবলৈ সুবিধা পায়,শ্ৰেণীকোঠাত বিভিন্ন কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা পোৱাৰ লগতে হাতে-কামে কৰিবলৈ সুযোগ পায় ইয়াৰ যোগেদি তেওঁলোকে নিজস্ৱভাৱে সামৰ্থ অনুসৰি তথ্য আহৰণ কৰি নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হব পাৰে৷