गतिविधि 5 : एक प्रिंट-समृद्ध कक्षा वातावरण की रचना करें - अपने विचार साझा करें Get link Facebook X Pinterest Email Other Apps January 20, 2022 'मुद्रण-समृद्ध अधिगम वातावरण' से आप क्या समझते हैं? आप अपनी कक्षा में बच्चों के लिए ऐसा वातावरण कैसे बना सकते हैं? Get link Facebook X Pinterest Email Other Apps Comments
ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক November 07, 2021 নিম্নলিখিত লিংকৰ পৰা “Khula Aakash” 2014 ভিডিঅ ' চলচ্চিত্ৰখন চাওক: https://www.youtube.com/watch?v=1XjDHOrcJyw আৰু ইয়াৰ ওপৰত আপোনাৰ ধাৰণা ব্যক্ত কৰক। ECCE কি সেই বিষয়ে চিন্তা কৰক ? ই কিয় গুৰুত্বপূৰ্ণ ? ECCEয়ে বিদ্যালয় আৰু জীৱনত শিকাৰ আধাৰ কেনেদৰে প্ৰদান কৰে ? আপোনাৰ যুক্তি দিয়ক । Read more
ক্ৰিয়াকলাপ 4:আপোনাৰমতামতপ্ৰকাশকৰক November 07, 2021 FLN মিছনৰ তাৎপৰ্য বিশ্লেষণ কৰক আৰু FLN ৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাত ECCEৰ ভূমিকা কি হ ' ব পাৰে সেই বিষয়ে চিন্তা কৰক ? আপোনাৰ মতামত প্ৰকাশ কৰক । Read more
ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক November 18, 2021 শিশুসকলক প্ৰাক্ শৈশৱকালৰ সময়ছোৱাত আপুনি প্ৰদান কৰা অভিজ্ঞতাৰ প্ৰতিফলন ঘটাওক। সকলো শিশুকে একে ধৰণৰ নিৰ্দেশনা আৰু পৰীক্ষাৰ নিৰ্ধাৰিত সময়সূচী প্ৰদান কৰা হৈছেনে নে শিকনৰ ক্ষেত্ৰত থকা ভিন্নতাক গুৰুত্ব দিয়া হৈছে ? আপোনাৰ মতে, শিক্ষাৰ্থীকেন্দ্ৰিক অভিগমন, ব্য়ৱহাৰৰ উপযোগিতা / সীমাবদ্ধতাসমূহ কি ? আপোনাৰ মতামত প্ৰকাশ কৰক Read more
Comments
Post a Comment