गतिविधि 2 : अपने विचार साझा करें Get link Facebook X Pinterest Email Other Apps February 28, 2022 क्या हम जानते हैं कि बच्चों में भाषा सीखने और भाषा के माध्यम से सीखने की स्वाभाविक प्रवृत्ति होती है? अपने विचारों को साझा करें। Get link Facebook X Pinterest Email Other Apps Comments
ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক November 07, 2021 নিম্নলিখিত লিংকৰ পৰা “Khula Aakash” 2014 ভিডিঅ ' চলচ্চিত্ৰখন চাওক: https://www.youtube.com/watch?v=1XjDHOrcJyw আৰু ইয়াৰ ওপৰত আপোনাৰ ধাৰণা ব্যক্ত কৰক। ECCE কি সেই বিষয়ে চিন্তা কৰক ? ই কিয় গুৰুত্বপূৰ্ণ ? ECCEয়ে বিদ্যালয় আৰু জীৱনত শিকাৰ আধাৰ কেনেদৰে প্ৰদান কৰে ? আপোনাৰ যুক্তি দিয়ক । Read more
ক্ৰিয়াকলাপ 4:আপোনাৰমতামতপ্ৰকাশকৰক November 07, 2021 FLN মিছনৰ তাৎপৰ্য বিশ্লেষণ কৰক আৰু FLN ৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাত ECCEৰ ভূমিকা কি হ ' ব পাৰে সেই বিষয়ে চিন্তা কৰক ? আপোনাৰ মতামত প্ৰকাশ কৰক । Read more
কাৰ্যকলাপ ১: আপোনাৰ চিন্তাৰ ভাগ-বতৰা কৰক April 05, 2022 বুনিয়াদী স্তৰত শিশুসকৰ বাবে প্ৰয়োগ কৰিব পৰা মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহ কি ? মূল্য়ায়ণৰ বিভিন্ন প্ৰকাৰ সমূহৰ এখন তালিকা বনাওক- এই তালিকা প্ৰস্তুত কৰোতে কাগজ কলমৰ জৰিয়তে কৰা পৰীক্ষাৰ বাদে অন্য় মূল্য়ায়ণৰ প্ৰকাৰৰ বিষয়ে চিন্তা কৰি আপোনাৰ ধাৰণাবোৰ Blog postত প্ৰকাশ কৰক । Read more
Comments
Post a Comment