হয়, শিশুসকলে তেওঁলোকৰ চাৰিওফালে থকা পৰিয়ালৰ সদস্য আৰু অন্যান্য লোকৰ কথা বতৰাৰ পৰা যিটো তেওঁৰ মাতৃভাষাত হয় জীৱনৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে। সেয়েহে শিশু সকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰবনতা আছে।
হয়, প্ৰৱণতা আছে । তেওঁলোকে যি পৰিবেশত থাকে সেই ঠাইৰ ভাষাকে শিকিবলৈ চেষ্টা কৰে আৰু বিভিন্ন গান , কাহিনীৰ মাজেৰে শিকে । আমি তেওঁলোকৰ লগত সহযোগ কৰিব লাগে যাতে শিকাত সহায় হয় ।
ami janu je shihu bur jonmpr porai matribhakha suni thake. Matribakhar madhyomere bostu bur chini pai aru matribhakhare kplpona kore gotoke matribhakhe ae teulukor babe proujonio.
Hoi moi vabo je children hokole jeneke ghort ji language ot Maak deuta kor kotha ba usor suburiya kotha huni dangr hoi teneke hei language ot te teu lukok pohuwale hun kale aru nikhut vabe ayoto koribo paribo
হয়, স্বাভাবিকতে শিশুসকলে জন্মৰ পিছৰ পৰাই শুনি শুনি ভাষা এটা শিকিবলৈ লয় আৰু শিকাৰ এই প্ৰৱণতা স্বাভাবিক। ভাষা এটা শিকাৰ লগে লগে শিশুসকলে চৌপাশৰ পৰিবেশৰ বিভিন্ন কথাও শিকিবলৈ লয়।
Hoi...hihu hokol onukoronpriyo...hoi ..hihue jonmor pisot pora ghorote nijor maa deutak onukoron kori hike ru pisot environment r pora Gyan luv kore ...
sishu khakale vakha eta bare bare mati khikar eta prabanata ase .aru lahe lahe vakha tu futi uluwar pisot bastu nistha hisape vakhatu khikiboloi sesta kore
Upto age 12 children show their interests in reading and writing but in fact they are not eligible to do so. They like to talk and listen but don't like to answer in written state.
হয় , শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্য়মেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে। আমি কোনো সাধু কথা তেওলোকৰ আগত যদি ৰসাল ভাবে কও সিহতে মনোযোগ দিয়ে শুনিব। আৰু পিছত সাধুতোৰ বিষয়ে সুধিলে সিহতে নিজৰ ভাষাতে কবলৈ চেষ্টা কৰিব। কিছুমান নতুন শব্দ শিকিব। নিজে কিছুমান বাক্য সাজি কব। ইয়াৰ উপৰিও যেতিয়া খেলে তেতিয়া নিজে নিজৰ লগত কথা পাতে বা পুতলাৰ লগত কথা পাতি খেলে
হয়। শিশু সকলৰ ভাষা আহৰণৰ ক্ষেত্ৰত এক জন্মগত সমৰ্থতা লৈ জন্মে । যি পৰিৱেশ ত লালিত পালিত হয় সেই পৰিৱেশ ৰ পৰা মাতৃভাষা আহৰণৰ স্বাভাৱিক আৰু শক্তিশালী প্ৰৱণতাৰ বলত অনায়াসে মাতৃ ভাষা আহৰণ কৰে , এনেদৰে পৰিৱেশ ত ব্যৱহাৰ কৰা ভাষা ৰ জৰিয়তে শিকাৰ প্ৰৱণতা অধিক হয় যিহেতু বুজি উঠাত সহায় হয়।
হয় শিশু সকলে ভাষাৰ মাধ্যমেৰে শিকাৰ প্ৰবণতা আছে। শিশু সকলে জন্মগত ভাবে ভাষা শিকে তাৰোপৰি চাৰিওফালৰ পৰিবেশৰ পৰা ভাষাৰ জৰিয়তে জ্ঞান আহৰণ কৰে আৰু নতুন বস্তু আয়ত্ব কৰে ।
প্রতিটো শিশু নিজ নিজ মাতৃভাষা অতি তলায় সহজে শিকে। মাতৃভাষাক আরোহন কবি বিদ্যালয়ৰ ভাষা আৰু জ্ঞান সকলো খিনি সহজে আয়ত্ব কৰিব পাৰে লগতে শিক্ষা খৰতকীয়া হয়।
শিশু সকলৰ ভাষা শিকণ এক জন্মগত তথা প্ৰাকৃতিক প্ৰক্ৰিয়া। চাৰিওফালৰ পৰিচিত পৰিৱেশৰ লগত খাপ খায় , অনুকৰণ কৰি শিশু সকলে ভাষা শিকা আৰম্ভ কৰে। সেয়ে আমি কব পাৰো যে শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্য়মেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে।
Yes, I do agree because after birth a baby first starts to feel the touch and then gradually the observing , listening etc. senses develops.A child tries to relate different things with the sounds or language spoken by the family members or others and also wants to fulfill own needs with the help of the same.Thus, gradually they starts to learn a language and learn through a language simultaneously.
হয় শিশুৱে ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱনতা আছে বুলি মই ভাবোঁ। কাৰণ শিশুৱে যি দেখে আৰু শুনে সেয়াই শিকিব আৰু ক'ব বিচাৰে। এয়া বহু সময়ত পৰিলক্ষিত।
Hoy, shishu sokole jikini shune sei he Kobo bichare, eitu shishur swavabik probonota, enedorei shisur vasha shikha hoy.
ReplyDeleteHoi
Deleteনিশ্চয়, তাৰবাবে উপযুক্ত পৰিবেশ দিব পাৰি আৰু ক্ষীপ্ৰতাৰে ভাষাৰ আয়ত্ব আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ সুযোগ পাব.
DeleteAmi jani je shisu halal vakha huni he hike,vakhar madhyomere anyo kotha hike,aidore khikhar hihotor probonota ase
ReplyDeleteAll Children first learn his/her mothertaung and after they learn external languages by environmental fector
ReplyDeleteহয়, শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এটা স্বাভাৱিক প্ৰৱণতা আছে। শিশুসকলে শুনি শুনিয়ে ভাষা শিকে।
ReplyDeleteহয়। শিশু সকলে পৰিয়ালৰ পৰাই ভাষা শিকাৰ প্রৱনতা থাকে। সেয়ে শিশুয়ে শুনি শুনিয়ে ভাষা শিকিব পাৰে।
DeleteHoy
Deleteহয়, শিশুসকলে তেওঁলোকৰ চাৰিওফালে থকা পৰিয়ালৰ সদস্য আৰু অন্যান্য লোকৰ কথা বতৰাৰ পৰা যিটো তেওঁৰ মাতৃভাষাত হয় জীৱনৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে। সেয়েহে শিশু সকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰবনতা আছে।
ReplyDeleteশিশু সকলে যি পৰিবেশত থাকে তাকে অনুসৰণ কৰি শিকে ।সেইবাবে তেওঁলোকে পৰিবেশৰ মাধ্যমেৰে ভাষাশিকে
ReplyDeleteহয়, শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে। বিদ্যালয়মুখী হোৱাৰ আগতেই ঘৰুৱা পৰিবেশত শিশুসকলে ভাষা আয়ত্ত কৰে।
ReplyDeleteহয়, শিশুসকলে জন্মৰ পিছৰে পৰা তেওঁৰ চাৰিওফালৰ পৰিবেশৰ পৰা ভাষা শিকে । গতিকে তেওঁলোকে ভাষা শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে
ReplyDeleteহয়, প্ৰৱণতা আছে । তেওঁলোকে যি পৰিবেশত থাকে সেই ঠাইৰ ভাষাকে শিকিবলৈ চেষ্টা কৰে আৰু বিভিন্ন গান , কাহিনীৰ মাজেৰে শিকে । আমি তেওঁলোকৰ লগত সহযোগ কৰিব লাগে যাতে শিকাত সহায় হয় ।
ReplyDeleteনিশ্চয় আছে ৷কিয়নো শিসুসকলে ভাষা এটা শুনি শুনিয়েই শিকে
ReplyDeleteহয়। শিশুসকলৰ ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা থাকে। সাধাৰণতে শিশুৱে কথাবোৰ মাতৃভাষাত সহজে আয়ত্ব কৰে। এইক্ষেত্ৰত ঘৰ আৰু ইয়াৰ চাৰিওকাষৰ পৰিবেশৰ ভূমিকা অপৰিসীম।
ReplyDeleteami janu je shihu bur jonmpr porai matribhakha suni thake. Matribakhar madhyomere bostu bur chini pai aru matribhakhare kplpona kore gotoke matribhakhe ae teulukor babe proujonio.
ReplyDeleteশিশু সকলে তেওঁলোকৰ মাতৃভাষাত যথেষ্ট জ্ঞান লৈ আহে। এই জ্ঞান ভাষাৰ দ্বাৰাহে সম্ভৱ হৈ উঠে। পাঠ্যপুথিৰ ভাষা মাতৃভাষাত নাথাকিলে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ। আৰু কিছুমান মাতৃভাষা কেৱল কথনত হে ব্যৱহাৰ হৈ। লিখিত ভাবে নাথাকে। তেনেখেত্রত শিশুটিক তেওঁলোকৰ মাতৃভাষা আৰু কিতাপৰ ভাষা দুয়োটাকে সমানে আগবঢ়াই নিব লগে বুলি ভাবো।
ReplyDeleteহয় শিশুসকলৰ শিকাৰ স্বাভাৱিক প্ৰৱণতা আছে। শিশুৱে নিজৰ ঘৰ খনৰ পৰা জন্মৰ দিনৰ পৰাই শিকাৰ স্বাভাৱিক প্ৰৱণতা থকা দেখা পোৱা যায়, তেওঁলোকে নিজৰ চাৰিও ফালৰ পৃথিৱীখনৰ বিষয়ে জানিবলৈ অহৰহ প্ৰয়াস কৰা দেখা যায়। যেতিয়া তেওঁলোকে বিদ্যালয়লৈ আহে তেওঁলোকে নিজৰ ঘৰ খনৰ পৰাই বহু কথা শিকি আহে আৰু এইয়া তেওঁলোকে তেওঁলোকৰ নিজৰ মাতৃ ভাষাত শিকা হয় যিটো নেকি বিদ্যালয়ৰ শৈক্ষিক ভাষাৰ অৰ্থাৎ পাঠ্যপুথিগত ভাষাৰ পৃথক। গতিকে এই বিষয় বস্তু খিনি তেওঁৰ মাতৃ ভাষাত শিকিবলৈ পালে অতিকৈ ফলপ্ৰসূ হব যিহেতু তেওঁলোকৰ শিকাৰ প্ৰতি অধিক ইচ্ছা আছে। ((টোকা::কিন্তু ইয়াৰ বাবে তেওঁলোকৰ শিকাৰ যি জিজ্ঞাসা তাক প্ৰতিফলিত কৰিব পৰা পৰিৱেশ গঢ়ি তুলিব লাগিব। লগতে এইয়াও উল্লেখ কৰা উচিত যে এনে পৰিৱেশ গঢ়ি তুলিবলৈ বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ প্ৰয়োজন যিটো নেকি চৰকাৰী বিদ্যালয়সমূহত (প্ৰায় ) সভৱ হোৱা নাই ।))
ReplyDeleteএকমত
DeleteThis comment has been removed by the author.
ReplyDeleteYes . Children could learn their mother tongue and other languages from their respective parents and from the society they exist .
ReplyDeleteহয় শিশুসকলে জন্মগ্ৰহণ কৰা পিছতে তাক তাৰ পাৰিপাৰ্শ্বিক পৰিৱেশে আকৰ্ষণ কৰে ফলত মাতৃ ভাষাতে আয়ত্ত কৰিবলৈ বিচাৰে।
ReplyDeleteহয়, শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে।শিশুসকলে জন্মৰ পিছৰে পৰা তেওঁৰ চাৰিওফালৰ পৰিবেশৰ পৰা ভাষা শিকিবলৈ চেষ্টা কৰে ।
ReplyDeleteHoi moi vabo je children hokole jeneke ghort ji language ot Maak deuta kor kotha ba usor suburiya kotha huni dangr hoi teneke hei language ot te teu lukok pohuwale hun kale aru nikhut vabe ayoto koribo paribo
ReplyDeleteহয়, মই ভাবোঁ যে শিশুসকলৰ ভাষা শিকাৰ এক স্বাভাৱিক প্ৰৱণতা থাকে । শিশুৱে নিজৰ চাৰিওপাষৰ পৰিবেশৰ পৰা ভাষা শিকাৰ সামৰ্থ্য থাকে ।
ReplyDeleteহয়। শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ ইচ্ছা আছে ।
ReplyDeleteহয় আছে, ঘৰোৱা কথোপকথন শুনি আৰু 'অনুকৰণ' কৰি চৌপাশৰ বিভিন্ন বস্তুৰ নাম, শব্দৰ উচ্চাৰণ শিকে। ইয়াৰ উপৰিও তেওঁ লোকে সদায় দেখি শুনি থকা টি ভিৰ, ৰেডিঅ', মোবাইল আদিৰ শিশুৰ আকৰ্ষনীয় অনুষ্ঠান বোৰ পৰাও ভাষা শিকে। আচলতে ভাষা শিক্ষাৰ আৰম্ভণি ঘৰখনতে আৰম্ভ হয়। পিছত, গীত-মাত, নাটক, বিভিন্ন পুথি, লগৰীয়াৰ লগত কথা-বতৰা আদিৰ পৰাও ভাষা শিকে। আচলতে ভাষা শিক্ষাৰ যি প্ৰক্ৰিয়া শিশু কালত আৰম্ভ হয়, সেইয়া গোটেই জীৱন জুৰি চলি থাকে। ধন্যবাদ। প্ৰধান শিক্ষক, বিলগাঁও প্ৰাথমিক বিদ্যালয়। গোলাঘাট, দক্ষিণ শিক্ষাখণ্ড।
ReplyDeleteহয় আছে, ঘৰোৱা কথোপকথন শুনি আৰু 'অনুকৰণ' কৰি চৌপাশৰ বিভিন্ন বস্তুৰ নাম, শব্দৰ উচ্চাৰণ শিকে। ইয়াৰ উপৰিও তেওঁ লোকে সদায় দেখি শুনি থকা টি ভিৰ, ৰেডিঅ', মোবাইল আদিৰ শিশুৰ আকৰ্ষনীয় অনুষ্ঠান বোৰ পৰাও ভাষা শিকে। আচলতে ভাষা শিক্ষাৰ আৰম্ভণি ঘৰখনতে আৰম্ভ হয়। পিছত, গীত-মাত, নাটক, বিভিন্ন পুথি, লগৰীয়াৰ লগত কথা-বতৰা আদিৰ পৰাও ভাষা শিকে। আচলতে ভাষা শিক্ষাৰ যি প্ৰক্ৰিয়া শিশু কালত আৰম্ভ হয়, সেইয়া গোটেই জীৱন জুৰি চলি থাকে। ধন্যবাদ। প্ৰধান শিক্ষক, বিলগাঁও প্ৰাথমিক বিদ্যালয়। গোলাঘাট, দক্ষিণ শিক্ষাখণ্ড।
Deleteহয়..শিশুৱে প্ৰথমে নিজৰ মাতৃ ভাষা টো শিকে আৰু তাক ভেটি হিচাপে লৈ আন ভাষাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়
DeleteYes, children first learn their mother tongue and grab the notion of other languages through it
ReplyDeleteThis comment has been removed by the author.
ReplyDeleteহয়, স্বাভাবিকতে শিশুসকলে জন্মৰ পিছৰ পৰাই শুনি শুনি ভাষা এটা শিকিবলৈ লয় আৰু শিকাৰ এই প্ৰৱণতা স্বাভাবিক। ভাষা এটা শিকাৰ লগে লগে শিশুসকলে চৌপাশৰ পৰিবেশৰ বিভিন্ন কথাও শিকিবলৈ লয়।
ReplyDeleteChildren listen,learn words...thses help in expressing and understanding the feelings,emotions,thoughts better
ReplyDeleteHoi...hihu hokol onukoronpriyo...hoi ..hihue jonmor pisot pora ghorote nijor maa deutak onukoron kori hike ru pisot environment r pora Gyan luv kore ...
ReplyDeletesishu khakale vakha eta bare bare mati khikar eta prabanata ase .aru lahe lahe vakha tu futi uluwar pisot bastu nistha hisape vakhatu khikiboloi sesta kore
ReplyDeleteThrough language,child learns to express their thoughts, feelings,emotions etc and makes their cognitive development faster
ReplyDeleteহয় , শিশুসকলৰ শিকাৰ স্বাভাৱিক প্ৰৱণতা আছে। শিশুৱে নিজৰ ঘৰ খনৰ পৰা জন্মৰ দিনৰ পৰাই শিকাৰ স্বাভাৱিক প্ৰৱণতা থকা দেখা পোৱা যায়, তেওঁলোকে নিজৰ চাৰিও ফালৰ পৃথিৱীখনৰ বিষয়ে জানিবলৈ অহৰহ প্ৰয়াস কৰা দেখা যায়। যেতিয়া তেওঁলোকে বিদ্যালয়লৈ আহে তেওঁলোকে নিজৰ ঘৰ খনৰ পৰাই বহু কথা শিকি আহে আৰু এইয়া তেওঁলোকে তেওঁলোকৰ নিজৰ মাতৃ ভাষাত শিকা হয় যিটো নেকি বিদ্যালয়ৰ শৈক্ষিক ভাষাৰ অৰ্থাৎ পাঠ্যপুথিগত ভাষাৰ পৃথক। গতিকে এই বিষয় বস্তু খিনি তেওঁৰ মাতৃ ভাষাত শিকিবলৈ পালে অতিকৈ ফলপ্ৰসূ হব যিহেতু তেওঁলোকৰ শিকাৰ প্ৰতি অধিক ইচ্ছা আছে। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ শিকাৰ যি জিজ্ঞাসা তাক প্ৰতিফলিত কৰিব পৰা পৰিৱেশ গঢ়ি তুলিব লাগিব।
ReplyDelete,child learns to express their thoughts, feelings,emotions etc and makes their cognitive development faster
ReplyDeleteUpto age 12 children show their interests in reading and writing but in fact they are not eligible to do so. They like to talk and listen but don't like to answer in written state.
ReplyDeleteWe have some wrong concepts
বুঢ়া শালিকাই মাত নধৰে ।
কোমল বাঁহ হে ভাঁজ দি পাৰি ।
এই বিলাক ভাবি ভাবি ছাত্ৰ ছাত্ৰীৰ মূৰত বোজা দি দি কিছুমানক ROBOT , কিছুমান OSC আৰু কিছুমান মানসিকতা গঢ়ি তুলিছো যেনে - পঢ়া শুনা বিৰাট টান কাম ।
হয় , শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্য়মেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে। আমি কোনো সাধু কথা তেওলোকৰ আগত যদি ৰসাল ভাবে কও সিহতে মনোযোগ দিয়ে শুনিব। আৰু পিছত সাধুতোৰ বিষয়ে সুধিলে সিহতে নিজৰ ভাষাতে কবলৈ চেষ্টা কৰিব। কিছুমান নতুন শব্দ শিকিব। নিজে কিছুমান বাক্য সাজি কব। ইয়াৰ উপৰিও যেতিয়া খেলে তেতিয়া নিজে নিজৰ লগত কথা পাতে বা পুতলাৰ লগত কথা পাতি খেলে
ReplyDeleteHoi hihu hakol nijor maa deuta aru parial r an hadasha aru chario falor paribekh r pora dekhi aru suni Gyan lav kori thake.
ReplyDeleteহয়, শিশু সকলে প্রথম ঘৰতে শিকি আহি বিদ্যালয়ত মাতৃভাষাৰ জৰিয়তে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা যায়।
ReplyDeleteহয়, ভাষা শিকাৰ প্ৰৱণতা জন্মজাত আৰু স্বাভািৱক প্ৰৱণতা। পৰিয়ালৰ সদস্য আৰু সমাজৰ আন ব্যাক্তিৰ পৰা শুনি, আদান প্ৰদানেৰে শিশু সকলে ভাষা শিকে।
ReplyDeleteHoi sishu sokolor vakha xikar aru vakhar madhyamere sikar probonota ase..teuluke ghorote matrivakha siki ahi xuna kotha bur gyan lav kore
ReplyDeleteশিশু সকলক ভাষা শিকাৰ কৌশল জন্মজাত, মাত্ৰ পৰিবেশৰ পৰা শুনি আয়ত্ব কৰে। এটি ভাষাৰ exposure ত শিশু সকলক ৰাখিলে, সহজেই ভাষাৰ ব্যৱহাৰ শিকি লয়।
ReplyDeleteহয়। শিশু সকলে ভাষাৰ মাধ্যমেৰে শুনি বহু কথা শিকে।
ReplyDeleteShishu hokolor bhakha hika aru bhakha madyam bohut probonota ase. Matri bhakha prathomik hikhya prodan korile,shishu hokole hunkale Buji uthe aru hikibo pare.
ReplyDeleteহয়। শিশু সকলৰ ভাষা আহৰণৰ ক্ষেত্ৰত এক জন্মগত সমৰ্থতা লৈ জন্মে । যি পৰিৱেশ ত লালিত পালিত হয় সেই পৰিৱেশ ৰ পৰা মাতৃভাষা আহৰণৰ স্বাভাৱিক আৰু শক্তিশালী প্ৰৱণতাৰ বলত অনায়াসে মাতৃ ভাষা আহৰণ কৰে , এনেদৰে পৰিৱেশ ত ব্যৱহাৰ কৰা ভাষা ৰ জৰিয়তে শিকাৰ প্ৰৱণতা অধিক হয় যিহেতু বুজি উঠাত সহায় হয়।
ReplyDeleteHoi teuluke ji poribekh t dngr dighl hoi hai poribekhr bartalapor jugediai bhakha hike aru bhakhar jugediai basic education luar probonota ahe
ReplyDeleteহয় শিশু সকলে ভাষাৰ মাধ্যমেৰে শিকাৰ প্ৰবণতা আছে। শিশু সকলে জন্মগত ভাবে ভাষা শিকে তাৰোপৰি চাৰিওফালৰ পৰিবেশৰ পৰা ভাষাৰ জৰিয়তে জ্ঞান আহৰণ কৰে আৰু নতুন বস্তু আয়ত্ব কৰে ।
ReplyDeleteপ্রতিটো শিশু নিজ নিজ মাতৃভাষা অতি তলায় সহজে শিকে। মাতৃভাষাক আরোহন কবি বিদ্যালয়ৰ ভাষা আৰু জ্ঞান সকলো খিনি সহজে আয়ত্ব কৰিব পাৰে লগতে শিক্ষা খৰতকীয়া হয়।
ReplyDeleteHoi.khikhu khokole onukoron koriei vakha khike.vakha ahoron korar khetrot khikhu khokolor soupakhor ataiborore provab mon koribo logia.
ReplyDeleteহয়, ভাষাৰ মাধ্যমেৰেই শিশু ৱে শিকে, প্ৰথমে শুনি শুনি, তাৰপাছত কৈ বা কথা পাতি প্ৰশ্ন সুধি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে।
ReplyDeleteshishu hokolor hikar probonota bhakha madhyam uporot bohut nirbhoi kore
ReplyDeleteশিশুৰ ভাষা সিকাটো এক স্বাভাৱিক জন্মগত প্ৰক্ৰিয়া। ইয়াত পৰিয়াল পৰিবেশে অৰিহণা যোগায়। কিন্তু ভাষাৰ মাধ্যমেৰে শিকা বুলি ক'লে ভাষাৰ গুণগত মানদণ্ড বা ভাষাৰ ব্যাকৰণিক প্ৰয়োগৰে শুদ্ধ ৰূপত শিশুক ভাষাৰ জ্ঞান প্ৰদান কৰাটো প্ৰয়োজন।
ReplyDeleteহয় শিশু সকলে ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰবণতা আছে। শিশুৰ ভাষা শিকাত পৰিবেশে অৰিহণা যোগায় ।
ReplyDeleteহয় । শিশু সকলে ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকা এক স্বাভাৱিক প্ৰৱণতা আছে। শিশুৰ ভাষা শিকাত পৰিৱেশে অৰিহণা যোগায় ।
ReplyDeleteশিশুসকলে জন্মৰ পিছৰে পৰা তেওঁৰ চাৰিওফালৰ পৰিবেশৰ পৰা ভাষা শিকে । গতিকে তেওঁলোকে ভাষা শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে
ReplyDeleteyes
ReplyDeleteHoi Ase, Anondore pathdhan, sobi oka (colour oka) aru bhakha adhan pradhan kora, khel dhemali joriote.
ReplyDeleteশিশু সকলৰ ভাষা শিকণ এক জন্মগত তথা প্ৰাকৃতিক প্ৰক্ৰিয়া। চাৰিওফালৰ পৰিচিত পৰিৱেশৰ লগত খাপ খায় , অনুকৰণ কৰি শিশু সকলে ভাষা শিকা আৰম্ভ কৰে। সেয়ে আমি কব পাৰো যে শিশুসকলৰ ভাষা শিকাৰ আৰু ভাষাৰ মাধ্য়মেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱণতা আছে।
ReplyDeleteYes, I do agree because after birth a baby first starts to feel the touch and then gradually the observing , listening etc. senses develops.A child tries to relate different things with the sounds or language spoken by the family members or others and also wants to fulfill own needs with the help of the same.Thus, gradually they starts to learn a language and learn through a language simultaneously.
ReplyDeleteহয় আছে ।শিশুৱে নিজৰ মাতৃভাষাৰে শিক্ষা আহৰণ কৰিবলৈ ভাল পাই । যিহেটো শিশুৱে প্ৰথম ভাষা হিচাপে মাতৃভাষাকে বুজে ।
ReplyDeleteHoi,ajon shishu ae horu pora jikhini huneh hai khini ae dagor hoi koi,eitu ajon shishur swavabik pokrea.jitu protijon shishur majot thake.
ReplyDeleteহয় শিশুৱে ভাষা শিকাৰ আৰু ভাষাৰ মাধ্যমেৰে শিকাৰ এক স্বাভাৱিক প্ৰৱনতা আছে বুলি মই ভাবোঁ। কাৰণ শিশুৱে যি দেখে আৰু শুনে সেয়াই শিকিব আৰু ক'ব বিচাৰে। এয়া বহু সময়ত পৰিলক্ষিত।
ReplyDelete