ক্ৰিয়া-কলাপ ৩ : আপোনাৰ চিন্তাধাৰা ভাগ কৰক

 আমি ভাষা বৰ্ণমালাৰ সৈতে পৰিচয় কৰাই শিকোৱা আৰম্ভ কৰিব লাগিব নেকিয শিশুসকলক ক্ৰমত আখৰবোৰৰ সৈতে পৰিচিত কৰা উচিত নেকি ?

Comments

  1. ভাষাৰ শিক্ষা সদায় শ্ৰব্য পৰা হে আৰম্ভ হয়। বৰ্ণমালাৰ পৰিচয় দেৰিকৈ দিব পাৰি।

    ReplyDelete
    Replies
    1. পোনপ্ৰথমে শিশু সকলক নিজৰ আশেপাশে থকা বস্তু সমূহ পৰিচয় কৰাই দি পাছত লাহেকৈ বৰ্ন মালাৰ জ্ঞান দিয়া উচিত

      Delete
    2. আগতে ঘৰত ‌‌‌শিকি অহা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি জনাৰ পৰা ক্ৰমাত নজনা লৈ গতি কৰি বৰ্ণ মালাৰ জ্ঞান দিয়া উচিত।

      Delete
  2. সচৰাচৰ দেখি পোৱা শিশুসকলৰ চাৰিওপাশৰ বস্তুৰ নামৰ পৰা শিশুসকলক লাহেকৈ আখৰৰ লগত চিনাকি কৰাব লাগে।

    ReplyDelete
  3. ওচৰে পাজৰে থকা বস্তুবোৰ দেখুৱাই তাৰ লগত সংগতি ৰাখি বৰ্ণমালাৰ পৰিচয় দিব লাগেট

    ReplyDelete
  4. নহয়, প্ৰথম আমি শিশুক শুনি শিকিবলৈ দিব লাগে, শ্ৰৱন আৰু কথনৰ পিছতহে বৰ্ণ পৰিচয় হব লাগে

    ReplyDelete
  5. This comment has been removed by the author.

    ReplyDelete
  6. নহয়, প্ৰথম আমি শিশুক দৈনিক দেখি থকা বস্তু বোৰৰ সম্পৰ্কিত কাহিনী , সাধু , কথোপকথন আদি ৰ অভ্যাস কৰাব লাগে ... লাহে লাহেয়ে বৰ্ণমালা বা আখৰৰ লগত চিনাকি কৰাব লাগে ।

    ReplyDelete
  7. শিশুৱে সহজতে বুজি পোৱাকৈ সাধাৰণতে দেখি শুনি থকা বস্তুবোৰৰ সৈতে সংগতি ৰাখি আখৰৰ জ্ঞান দিয়াটো অধিক ফলপ্ৰসূ । কাহিনী অথবা ছবিৰ জৰিয়তে শিশুৱে বেছি সহজে আয়ত্ব কৰিব পাৰে

    ReplyDelete
  8. শিশু এটিয়ে ঘৰত সৰুৰে পৰা শুনি শুনিয়ে ভাষা শিকিবলৈ আৰম্ভ কৰে । মাতৃৰ মুখৰ ভাষাই শিশুৰ প্ৰথম ভাষা , সেয়েহে বিদ্যালয়ত শিশুক বৰ্ণৰ লগত পৰিচয় কৰোৱাই ভাষা শিকোৱাৰ কাম কৰিব লাগে ।

    ReplyDelete
  9. ঘৰতেই হ‌ওক বা বিদ্যালয়তেই হ‌ওক শ্ৰব্যৰে আৰম্ভ কৰিব লাগিব। এইক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণৰ সৈতে ওলমা গীত শুনা আৰু অনুকৰণ কৰি গোৱা, কথোপকথন, সক্ৰিয় সাধু শুনোৱা কাৰ্যৰ দ্বাৰা বিদ্যালয়ত শিকাবলৈ ল'ব পাৰি।

    ReplyDelete
  10. Children should be get familiar to the alphabets along with their verbal pronunciation

    ReplyDelete
  11. শিশু এটাৰ ক্ষেত্ৰত বৰ্ণমালা শিকোৱাৰ আগত ভাষাটো ভালদৰে শুদ্ধ তথা স্পষ্টকৈ শুনাই শিকোৱা উচিত।

    ReplyDelete
  12. from BASANTI KALITA
    DATALPARA LP SCHOOL

    shikhu bhilokok xodai ghrte hok ba school t hok. nijor maatir bhakha darai usoror pajore thoka bostu bur geet maat xadhu/ khani darai pothome sinaki kori dibo lge . tar pasot hai borno maala khi kuwa ushit

    ReplyDelete
  13. বোধকৰোঁ, ছবি ৰ লগত সংগতি ৰাখি আখৰ বোৰ শিকালে সোনকালে বুজিব। পিছত বৰ্ণমালা ৰে চিনাকী

    ReplyDelete
  14. নহয়, শিশুসকলে বিদ্যালয়লৈ অহাৰ আগতেই মৌখিকভাৱে মাতৃভাষা শিকে। পিছলৈ বৰ্ণ পৰিচয়ৰ সহযোগত ভাষা শিক্ষণ আগবঢ়াই লৈ যাব লাগে।

    ReplyDelete
  15. Children learns in their mother tongue,so we should focus on the fusion of both mother tongue and other languages. Besides they also learn by listening in a pleasant environment .

    ReplyDelete
  16. শিশু এটিক বৰ্ণমালা শিকোৱাৰ আগত কবিতা, গীত,কথোপকথন আদিৰ জৰিয়তে আদিৰ অভ্যাস কৰাব লাগে । ইয়াৰ উপৰি ছবি চাই বৰ্ণমালা ৰ আভাস দিব লাগে আৰু ক্ৰমশ বৰ্ণমালা ৰ সৈতে চিনাকি কৰি দিব লাগে।

    ReplyDelete
  17. প্ৰথমে শিশু সকলক ভাষাৰ শ্ৰৱণৰ ব্যৱস্থা কৰি পৰ্যায়ক্ৰমে বৰ্ণমালা চিনাকি কৰি দিব লাগে।

    ReplyDelete
  18. নহয়, প্রথমে আমি শিশুক দৈনিক দেখি থকা বস্তু বোৰৰ সম্পৰ্কিত কাহিনী, ওমলা গীত, কবিতা, কথোপকথন আদি ৰ অভ্যাস কৰাব লাগে । পিছত চাৰিওপাশৰ বস্তুৰ নামৰ পৰা শিশুসকলক লাহেকৈ আখৰৰ লগত চিনাকি কৰাব লাগে।

    ReplyDelete
  19. Poribekhor thoka boi-bostu,gos, nodi adi buror hobdo hikabo lage, tar pasot akhor aru tar pasot bornomala

    ReplyDelete
  20. প্ৰথমে খেল-ধেমালি আৰু ছবিৰ যোগেদি শিকোৱাৰ চেষ্টা কৰিব লাগে ।

    ReplyDelete
  21. নালাগে , আমি প্ৰথমতে ৰাইমছ, কাহিনী, সাধু আদিৰ জৰিয়তে শিশু ৰ শ্ৰৱন আৰু কথন শক্তিৰ বিকাশ সাধন কৰিব লাগিব আৰু ছবি ,চাৰ্ট আদিৰ সহায়ত ক্ৰমাগতভাৱে বৰ্ণমালাৰ আখৰবোৰৰ লগত পৰিচিত কৰিব লাগিব ।

    ReplyDelete
  22. শিশুয়ে বিদ্যালয়ত অহাৰ আগতেই বর্ণমালা নোহোৱাকৈ তেওঁৰ মাতৃভাষাটো সুন্দৰকৈ শিকে বা আয়ত্ব করে। গতিকে এই ক্ষেত্ৰত ভাষা শিক্ষাৰ কৌশলটো বৈচিকৈ ব্যৱহাৰ হৈছে। সেয়ে শ্রবন, কথনৰ অভ্যাস বেচিকৈ কৰি লাহে লাহে বর্ণমালাত যাব লাগে আৰু গঠন আৰু লিখন কৌশল আয়ত্ব কৰাটো মই শ্রেয় বুলি তাকে।

    ReplyDelete
  23. Bornomalar khoite sinaki korai diat koi khel dhemalir joriote osor pajoror bostu boror logot sinaki korai dibo lage..dekha ,khunar pisot he akhor boror logot sinaki korai dibo lage.

    ReplyDelete
  24. ami akhoror logot sinaki korai bornomalaloi ag barhibo lage

    ReplyDelete
  25. শিশু সকল প্ৰধানত খেল প্ৰিয় গতিকে প্ৰথমে শিশুসকলক তেওঁলোকৰ মাতৃ ভাষাত তেওঁলোকৰ খেলা-ধুলা, তেওঁলোকৰ চিনাকী অৰ্থাৎ তেওঁলোকৰ চাৰিওফালে দেখা বস্তুবিলাকৰ নাম আদি শ্ৰাব্য আকাৰে বিনিময় কৰিব লাগে।যেতিয়া তেওঁলোকৰ এই ক্ৰিয়াকলাপ বিলাকত উৎসাহ উদ্দীপনাৰ সৃষ্টি হোৱাৰ পাছত কৌহলেৰে তেওঁলোকক অলপ অলপ লিপিৰ প্ৰতি আগ্ৰহী কৰিব পাৰি।

    ReplyDelete
  26. ভাষা শিকাৰ চাৰিটা কৌশল হ'ল - শ্ৰৱণ, কথন, পঠন আৰু লিখন। শিশুয়ে ভাষা শিকিবলগা হ'লে প্ৰথম দুটা কৌশল শ্ৰৱণ আৰু কথনৰ পৰ্যায়ত সঠিক দিশত আগবঢ়াই লৈ যাব লাগিব তাৰ পিছত প্ৰথম পৰ্যায়তহে বৰ্ণমালাৰ ধাৰণা দি‌ শিশুক ভাষা শিকাৰ পৰবৰ্তী পৰ্যায়লৈ আগবঢ়াই লৈ যাব লাগে।

    ReplyDelete
  27. প্ৰথমে শিশুসকলক কবিতা, গীত, সাধু, কথোপকথন, সিহঁতে চিনি পোৱা ফল-মূল, শাক-পাচলি আদি শিকাব লাগে। বস্তু বোৰ নিজে চুই মেলি চাবলৈ দিব লাগে। তাৰ পাছত হে আক-বাক কৰিবলৈ দিব লাগে, ইয়াৰ পাছত আখৰ লিখিবলৈ আৰম্ভ কৰিবলৈ দিব লাগে।

    ReplyDelete
  28. নহয় শিশু সকলে প্ৰথমে যিকোনো কথা নিজে নিজে শুনি শিকে । পিছলৈ সিহঁতক খেলৰ আৰু ছবিৰ মাধ্যমেৰে আখৰ শিকাব লাগে।

    ReplyDelete
  29. নহয় ।শিশু সকলে প্ৰথমে যিকোনো কথা নিজে নিজে শুনি শিকে । পিছলৈ সিহতক খেলৰ আৰু ছৱিৰ মাধ্যমেৰে আখৰ শিকাব লাগে ।

    ReplyDelete
  30. Pothommote sari phale bostubur sinaki kora posot sorobonno aru benjoborno porha aru likkhua practice kora.

    ReplyDelete
  31. যিকোনো পৰিচিত শব্দৰ ধ্বনিৰ দ্বাৰা প্ৰথমে শিশুৰ শ্ৰৱণ শক্তিৰ বিকাশ কৰিব লাগে আৰু ক্ৰমাগতভাৱে ধ্বনি আৰু বৰ্ণ কাৰ্ডৰ সহায়ত বৰ্ণমালাৰ চিনাকি কৰাব লাগে।

    ReplyDelete
  32. শিশু সকলে প্ৰথমে নিজৰ চাৰিওফালৰ পৰিবেশৰ পৰা শ্ৰৱণ ,কথন,পথন,লিখন, আদিৰ জৰিয়তে ভাষাৰ জ্ঞান লাভ কৰে । এই সমূহ প্ৰক্ৰিয়াৰ পাছতহে আমি শিশু সকলক ভাষা বৰ্ণমালাৰ সৈতে পৰিচয় কৰাই শিকোৱা আৰম্ভ কৰিব লাগে ।

    ReplyDelete
  33. প্ৰথম বৰ্ণমালা সমূহৰ লগত শিশুসকলক ভালদৰে চিনাকী কৰি দিব লাগে । তাৰ পাছত ক্ৰমাগতভাৱে শব্দ আৰু বাক্যৰ লগত পৰিচয় কৰাব লাগে । নহলে দেখা যায় যে শিশুৱে পঢ়িব পাৰে, কিন্ত্ত আখৰ চিনি নাপায় ।

    ReplyDelete
  34. প্ৰথমে নিজৰ আশেপাশে থকা বস্তু বোৰ ৰ লগত পৰিচয় কৰাই পাছত বৰ্ণ শিকোৱা উচিত

    ReplyDelete
  35. Protomoteh ajon shishu ae poribekh aur pora hekai tar pisot huni hekai
    aru tar pisot likhi hekai

    ReplyDelete
  36. নহয়, প্ৰথম আমি শিশুক শুনি শিকিবলৈ দিব লাগে, শ্ৰৱন আৰু কথনৰ পিছতহে বৰ্ণ পৰিচয় হব লাগে| প্ৰথমে নিজৰ আশেপাশে থকা বস্তু বোৰ ৰ লগত পৰিচয় কৰাই পাছত বৰ্ণ শিকোৱা উচিত|

    ReplyDelete
  37. প্ৰথমে শিশুৰ আশে পাশে থকা বস্তুৰ সৈতে চিনাকী কৰাই সেইবোৰৰ বিষয়ে শুনি শিকাৰ পাছতহে বৰ্ণ পৰিচয় কৰাই দিব লাগে।

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক