কাৰ্যকলাপ-1: আপোনাৰ প্ৰতিফলন ভাগ বতৰা কৰক

 বিশ্ব বেঙ্কৰ মতে, বিশ্বৰ 37% শিশুক এনে এটা ভাষাত পঢ়িবলৈ আৰু লিখিবলৈ বাধ্য কৰোৱা  হয় যিটো ভাষা তেওঁলোকে নকয় আৰু বুজিও নাপায়। এই শিশুসকলে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে? ভাবকচোন !

Comments

  1. First thing is that they suffer mentally as well as physically because they are pressurized to learn in such a language which is totally unknown to them।
    Initially it feels that the learning process is progressing but in long-run it fails। According to me learning should be child friendly and the children should grasp the knowledge easily,it is only possible in the fusion of their mother tongue and other languges। They should not feel below or underestimated।

    ReplyDelete
  2. In order for learning to be effective, it must be in a language that is easily understandable by the learner. A child listens to his/her mother tongue since birth and understands it best hence learning in this language can aid in the process of grasping the subject matter faster and in more depth. However, to follow a uniform language for all in a class full of students becomes necessary, a fusion of mother tongue and any other language might work best for the learning process to be easier, faster and effective. And will also help the learner gain confidence and learn a new language as well.

    ReplyDelete
  3. যেতিয়া শিশুসকলে বুজি নোপোৱা আৰু নোকোৱা ভাষা এটাত পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা হয় তেতিয়া শিশুসকলৰ লগতে আমি শিক্ষকসকলেও বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলগীয়া হয় । শিশুসকল মানসিক ভাৱে ভাগি পৰে । বুজিবলৈ চেষ্টা কৰিও তেওঁলোক বুজিব নোৱাৰে ।

    ReplyDelete
  4. A child listens to his/her mother tongue since birth and understands it and understands its best . So , the children understand the subject matter faster and in more deeply in its mother tongue . In my view , we should be friendly with the children so that they can learn easily and joyfully it is possible in the mixture of their mother tongue and other languages .

    ReplyDelete
  5. নিজৰ চিনাকী ভাষাৰ সম্পূৰ্ণ প্ৰতিকুল পৰিৱেশত শিশুসকল হতভম্ব হৈ পৰে তাৰ ফলস্বৰূপে কিছুমান শিশুৱে পৰৱৰ্তী শিক্ষাগ্ৰহণৰ সময়ছোৱাত মৌনব্ৰত গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু শিক্ষকসকল কিংকৰ্তব্য বিমোৰ অৱস্থাত পৰা পৰিলক্ষিত হয় ।

    ReplyDelete
  6. হয় এনে ধৰণৰ শিক্ষাই শিশুক হীনমন্যতাত ভোগায় আৰু শিক্ষা আহৰণত জটিলতাৰ সৃষ্টি হয়।

    ReplyDelete
  7. shishu ae hei bhaka tu ae val dore monor bhab prokash koribo nuaare karone jugata korute akhubidha hoi aru parokodhita dekhabko nuware

    ReplyDelete
  8. Sisusokole jonmor porai nijor bhakhar logot porichito ,gotike sihote nijor monor bhab bhaldore prakash koribo pare aru bujibo o pare, logote gyaan ahoron koratu sohoj hoi pore .Sisusokol dhape dhape agbarhi Jay ,amaro sikhadan sampurna hoi.Sihot manosik chapot bhugibo nalage.

    ReplyDelete
  9. Khikhu khokole ketiao nokoa,nubuja vakha likhi o ,porhibo khikale teuloke khikkha tok noja buli vabibolli loi, interest komi jai,protivar bikakh noghote....bastobikotar logot ketiao khomukhin hobo noare,protivar bikakh noghote

    ReplyDelete
  10. শিশুক শিক্ষাৰ প্ৰতি আগ্ৰহহীন আৰু হতাশ কৰি তোলে, পাঠ্যক্ৰম আৰু শিক্ষকৰ প্ৰতি অনিহা প্ৰকাশ, স্কুলত আহিব নিবিচাৰে।

    ReplyDelete
  11. The children suffer from depression as they don't understand what is going on. In my school I teach them in my own language i.e. Assamese and the mother taonga of them is Bengali.

    ReplyDelete
  12. Teachers should learn some of the common words of the language that the children use at their home,and can use it in teaching process.

    ReplyDelete
  13. Yes , This type of education can't help child to express their thoughts and feelings. They started to hate school. It can't develop their creativity and thinking power.

    ReplyDelete
  14. শিশুৱে বুজি নোপোৱা বা ভালকৈ নুবুজা ভাষা এটাৰে কিবা এটা ক'লে তথা শিক্ষাৰ নিৰ্দেশনা প্ৰদান কৰিলে শিশুৱে নিশ্চয়কৈ অস্বস্তি পাবই !
    আমি খাবলৈ ভাল নোপোৱা বস্তুবিধ যদি খাব লগা হয় নিশ্চয় তেনেই অনুভৱ কৰোঁ !

    ReplyDelete
  15. The mind of a child is so soft like a blooming bud in his or her pre primary stage. The children are shy,timid when they first enter the school,gradually with our help they starts blooming. Here we should not give them extra burden of learning a language which is completely unknown to them. Language is a medium of expression so we can encourage them to speak without any hesitation,which is possible only using their home language.

    ReplyDelete
  16. প্ৰাৰম্ভিক পৰ্য্যায়ত বিদ্যালয়ত পাঠ আদান-প্ৰদানত শিশু সকলৰ মাজত অপৰিচিত ভাষাৰ প্ৰয়োগে শিশু সকলক তলত উল্লেখ কৰা ধৰণে বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন কৰায়।
    ১) শিশু সকলক শিকন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে আৰু অৰ্থপূৰ্ণ ভাৱে জড়িত হোৱাত বাধা দিয়ে যাৰ ফলস্বৰুপে শিশু সকলে অসহায় আৰু আত্মসম্নানহীনতা অনুভৱ কৰে।
    ২) অবোধ্যতাৰ সৃষ্টি হয় আৰু যাৰ ফলত শিশু সকলৰ শৈক্ষিক আৰু সামাজিক প্ৰদৰ্শনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।
    ৩) বিভিন্ন সামাজিক পৰিস্থিতিত বন্ধু বান্ধৱৰ সৈতে সমস্যা সমাধানত অংশগ্ৰহণ কৰিবলৈ অপাৰগ হয়।

    ReplyDelete
  17. হয় এনে ধৰণৰ শিক্ষাই শিশুক শিক্ষাৰ প্ৰতি আগ্ৰহ হীন আৰু হতাশ কৰি তোলে। শিক্ষা আহৰণত বাধা আহি পৰে।

    ReplyDelete
  18. শিশু সকলে জন্ম মূহুর্তর পৰা শিকে৷ যি বয়সত বিদ্যালয়ত আহে তেওঁলোকে বহুত কথা জানে। যদি শিশুৱে কোৱা ভাষা আৰু বিদ্যালয়ৰ ভাষা একে হয়
    তেনেহʼলে সমস্যা নহয়, কিন্তু যদি শিশুৰ কথিত ভাষা আৰু বিদ্যালয়ৰ ভাষা- একে নহয় তেন্তে শিক্ষকে দিয়া নির্দেশনা বুজি নাপায় আৰু অতি সাধাৰণ কথাৰো : উত্তৰ দিব নোৱাৰে আৰু শিক্ষা কার্যত যথেষ্ট ধৰনে ব্যাঘাত ঘটে।

    ReplyDelete
  19. শিশুসকলে নিজৰ মাতৃভাষাত কথা ক’ব আৰু পঢ়িবলৈ পালে শিক্ষা গ্ৰহন কাৰ্য আনন্দদায়ক আৰু সুখময় হ’ব৷

    ReplyDelete
  20. If the home language and the school language become same in the classroom, then it will be much easier for a teacher to teach the students fruitfully. The teaching learning process becomes successful.

    ReplyDelete
  21. First thing, they are children and they are not familiar to their teachers at the primary grade. The teachers should be very friendly and Frank to them instead of being very strict. Secondly they are out of home so being in school for first time might be very strange for them. The teachers should cooperate and teach them in their own language so that they can learn quickly. The children should also be made to introduce and interact with other friends so that they can learn to communicate

    ReplyDelete
  22. Children's are really enjoy learning if the content taught in their mother tongue
    If the content given on in non local or non mother tongue then learning process becoming really challenging for both teacher and students
    Soo learning should be done in mother tongue ,📚📚

    ReplyDelete
  23. যেতিয়া শিশুসকলক তেওঁলোকৰ বাবে এটা অপৰিচিত ভাষাত শিক্ষাদান দিয়া হয় তেতিয়া শিশুসকল সেই শিক্ষাৰ প্ৰতি আগ্ৰহী নহয় আৰু পঢ়া শুনা তেওঁলোকৰ বাবে বোজা হৈ পৰিব ৷

    ReplyDelete
  24. হয়, কেতিয়াও নোকোৱা আৰু নুশুনা ভাষা এটা পঢ়াবলৈ আৰু লিখিবলৈ বাধ্য কৰালে ছাত্ৰছাত্ৰীসকলে মানসিক অন্তদণ্ডত ভোগে।ইয়ে কণ কণ শিশুসকলক হীনমান্যতাত ভূগিবলৈ বাধ্য কৰি তোলে।যিয়ে শিশুৰ শিক্ষা ত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিয়ে।

    ReplyDelete
  25. সেইটো একদমেই বিপৰিতমুখী কাৰ্য য'ত শিশু সকলে অতীৱ বিমোৰত পৰে । যেনে এটা সম্পূৰ্ণ ওলোটা ভাষাত পঢ়িবলৈ দিয়াত যিমান খিনি শিকিবলৈ ভাষাটো যত্ন কৰে সিমানখিনি নিজৰ মাতৃ ভাষা হোৱাহ'লে সময় নষ্ট নহ'ল হয় ।

    ReplyDelete
  26. They will suffer a lot in learning the things or lesson that a teacher is trying to teach. It will be a great lose for the students who does not familiar with the language used by the teacher which is Aline to them. So we feel the need of the use of local or home language / dialects in teaching learning process specifically at the primary stage of education.

    ReplyDelete
  27. আগতে নুশুনা ভাষাৰ জৰিয়তে যেতিয়া শিক্ষা আৰম্ভ কৰা হয় তেতিয়া শিশু বোৰৰ আৰম্ভণি টোৱেই ভুল ৰূপে পৰিগণিত হয়। নিজৰ মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ আৰম্ভণি হ'লে সেই শিক্ষাৰ গাঁথনি মজবুত হোৱা দেখা যায়।

    ReplyDelete
  28. যেতিয়া এটা শিশুক এটা অচিনাকী ভাষাৰ লগত জড়িত কৰা হয় তেতিয়া শিশুটি শিক্ষাৰ প্ৰতি আগ্ৰহ হীন আৰু হতাশ হোৱা দেখা যায় । শিক্ষা আহৰণত বাধা আহি পৰে ।

    ReplyDelete
  29. যেতিয়া শিশুসকলে বুজি নোপোৱা আৰু নোকোৱা ভাষা এটাত পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা হয় তেতিয়া শিশুসকলৰ লগতে আমি শিক্ষকসকলেও বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হ'বলগীয়া হয় । শিশুসকল মানসিক ভাৱে ভাগি পৰে । বুজিবলৈ চেষ্টা কৰিও তেওঁলোক বুজিব নোৱাৰে

    ReplyDelete
  30. মই নিজে এনে পৰিস্হিতি পাৰ কৰি আহিছো। অসমীয়া ভাষাৰ এটা শব্দৰ অৰ্থও মই জনা নাছিলো তেতিয়া অ আ আৰু ক খ লগতে আ কা ইকাৰ শিকি অসমীয়া কিতাপৰ পাঠ পঢ়িছিলো যত মোৰ দেউতাইহে ইয়াৰ অৰ্থ মোক ভাঙনি কৰি দিছিল। এইবিলাক শিকোতে মোক পাঁচ ছয় বছৰ বয়সতে জোৰ কৰি মোক বাৰে বাৰে অনুশীলন কৰিব লগা হৈছিল। মায়ে চেকনিৰে কোব দিছিল । এক কথাত কোমল বয়সতে শিক্ষাৰ প্ৰতি অনিহা আহিব ধৰিছিল। গতিকে নিজৰ মাতৃভাষাৰ মাধ্যমেৰে শিকাৰ সুযোগ পোৱাহেঁতেন স্বত:স্ফুৰ্ত ভাবে আমোদ লৈ শিকাত সুযোগ পালোহেতেন।

    ReplyDelete
  31. শিশুসকল মানসিক অন্তৰ্দ্বন্দ্বত ভোগে আৰু মানসিকভাবে ভাগি পৰে। তেওঁলোকৰ শিক্ষা গ্ৰহণত বিজুতি ঘটে।

    ReplyDelete
  32. শিশু সকলৰ কৌতূহলতা, সৃষ্টিশীলতা আদি প্ৰবৃত্তি সমূহ দমন কৰি পেলোৱা হয়।

    ReplyDelete
  33. মই শিক্ষকতা কৰা বিদ্যালয় খনৰ শিশুসকলৰ ঘৰত ব্যৱহাৰ কৰা ভাষা বেলেগ, যি বিদ্যালয়ত মান্য নহয়। যেতিয়া মই বিদ্যালয়ৰ ভাষাত শিক্ষা প্ৰদান কৰো তেওঁলোক অধিকাংশই কম সঁহাৰি দিয়ে ফলত শিক্ষাদান প্ৰক্ৰিয়া কম ফলপ্ৰসু হয়। গতিকে মই বৰ্তমান তেওঁলোকৰ ঘৰত কোৱা ভাষা আৰু বিদ্যালয়ৰ ভাষা মিশ্ৰিত ৰূপত ব্যৱহাৰ কৰো যাতে তেওঁলোকে পাঠ্যক্ৰমৰ বিষয়বস্তু নিজৰ ভাষাত আয়ত্ব কৰিব পাৰে, আৰু বিদ্যালয়ৰ ভাষা শিকিব পাৰে।

    ReplyDelete
  34. শিশুসকল হতাশাগ্ৰস্ত হয়, লাজ-শংকা বোধ কৰে। আত্মবিশ্বাস কমি যায়। শিক্ষাৰ ক্ষেত্ৰত বাধা ৰ সন্মূখীন হয়। শিক্ষকে বন্ধুত্ব সুলভ ব্যৱহাৰেৰে শিক্ষা দিব লাগে

    ReplyDelete
  35. শিশু সকলৰ বাবে

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক