কাৰ্যকলাপ-2: মোৰ শ্ৰেণীকোঠাৰ ভাষিক পৰিস্থিতি --আপোনাৰ মতামত ভাগ বতৰা কৰক
আপোনাৰ শ্ৰেণীৰ শিশুৱে তেওঁলোকৰ দৈনন্দিন দিনত কোৱা ভাষা পাঠ্যপুথিত ব্যৱহৃত ভাষাতকৈ কেনেকৈ পৃথক হয়? অনুগ্ৰহ কৰি 100 টা শব্দত উদাহৰণ এটাৰ সহায়ত ব্যাখ্যা কৰক
আপোনাৰ শ্ৰেণীৰ শিশুৱে তেওঁলোকৰ দৈনন্দিন দিনত কোৱা ভাষা পাঠ্যপুথিত ব্যৱহৃত ভাষাতকৈ কেনেকৈ পৃথক হয়? অনুগ্ৰহ কৰি 100 টা শব্দত উদাহৰণ এটাৰ সহায়ত ব্যাখ্যা কৰক
Yes, there is a vast difference between the languages of children and and the classroom language used. They are so used to their home language that they find it difficult to adept themselves in new environment. For example in native language Cat is known as 'mekri,' whereas it is in books written as ,'MEKURI'. We teachers have a role to play here as a medium
ReplyDeleteহয়,mother tongue ব্যবহাৰ কৰি যি কোনো বিষয় শিকালে শিক্ষাথী সকলে অতি সহজে বিষয়টো আয়ত্ত কৰিব পাৰে
ReplyDeleteSishu e doinondin dinot kua vakha pathyaputhit bebohito vakhatkoi prithok hoi. Doinondin kua vakha tue sishu e sohoje pathyaputhir kotha bur bujibo pare.udahoron swarupe 'lora ' sobda tu kothito vakhat ' lowa' buli sishu bure koi..kintu pathyaputhit 'lora' buli kua hoi. Teacher bure sishu buror vakhate bujai di bhul tu vangi dibo lage
ReplyDeleteYes by using their local language the students can easily understand the content of the the subject taught
ReplyDeleteE c c e is playing a very important role in the students early learning process
ReplyDeleteThe language locally used by the children varies from that used in the text books and classroom which makes it difficult for them to relate to understand. Since there is a difference between the language we use day to day and that written in the texts in an organized formal manner that is what makes the words spoken by the children in general different from those written in the texts.
ReplyDeleteYes while teaching with the children mother tongue they will acquire knowledge very fast
ReplyDeleteকোনো এটা বিষয় মাতৃভাষাত শিকালে শিশু সকলে অতি সহজে আয়ত্ব কৰিব পাৰে । পাঠ্য পুথিত ব্যবহৃত ভাষা সকলো শিশুৰ মাতৃভাষা নহবও পাৰে । মাতৃভাষাৰ বাহিৰে দ্বিতীয় ভাষা এটা আয়ত্বলৈ আনিবলৈ তেওঁলোকৰ কিছু কষ্টকৰ হয় আৰু কিছু সময়ৰো প্ৰয়োজন হয় । মাতৃভাষাত শিশু এটিয়ে অতি সুন্দৰকৈ বুজি পাই তথা কবও পাৰে । উদাহৰণস্বৰূপে আমাৰ নিজৰ বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কথাই লব পাৰি । আমাৰ বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকল ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ । গতিকে , তেওঁলোকে অসমীয়া ভাষাত ছপা কৰা পাঠ্য পুথিৰ বিষয় বোৰ বুজি পোৱাটো যথেষ্ট কঠিন হয় । তেঁও লোকক আঁহত গছ বুলি কলে বুজি নাপায় , বট গাছ বুলি কব লাগে । আকৌ , ৫১একাৱন , ৭৫ পইসত্তৰ বুলি কলে নুবুজে , একপঞ্চাছ , পাঁচসত্তৰ বুলি কলেহে বুজি পায় । গতিকে , শিক্ষক সকলে ছাত্র ছাত্ৰী সকলক নুবুজা বা নজনা কথা বোৰ তেওঁ লোকৰ মাতৃভাষাত বুজাই দিলে তেওঁলোক উপকৃত হব বুলি ভাবিব পাৰি ।
ReplyDelete
ReplyDeleteহয় , মোৰ শ্ৰেণীৰ শিশুৱে তেওঁলোকৰ দৈনন্দিন দিনত কোৱা ভাষা পাঠ্যপুথিত ব্যৱহৃত ভাষাতকৈ পৃথক হয় । এইক্ষেত্ৰত মই আৰু লগতে মোৰ শ্ৰেণীৰ শিশুসকল বহুবাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ । উদাহৰণস্বৰূপে, মৌ জোলক তেওঁলোকে মধু বুলি কয় । মেকুৰীক বিলাই , বৰলক বল্লা , বিলাহীক চুক্কা বাগোন, বেঙেনাক বাগুন,
আঁঠুৱাক মুছুৰ, জলকীয়াক মৰিচ, মৰিচাক ডেংগা বুলি কয়। শিশুসকলৰ ঘৰুৱা ভাষা পাঠ্যপুথিৰ ভাষাৰ পৰা সম্পূৰ্ণ বেলেগ । তেওঁলোকক শিকাবলৈ নিজে তেওঁলোকৰ ভাষা শিকিছো । প্ৰথম অৱস্থাত তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ । লাহে লাহে সমস্যাবোৰ আঁতৰিছে ।
পাঠ্যপুথিত অসমীয়া ভাষাত বিষয়সমূহৰ আলোচনা কৰা হয় যি ভাষা বিভিন্ন শিশুৰ বাবে বিদেশী ভাষা যেন অনুভৱ হয় তাৰ ফলস্বৰূপে বিষয়সমূহৰ জ্ঞান লাভ কৰাত ব্যৰ্থ হোৱা দেখা যায়।
ReplyDeleteমোৰ অভিজ্ঞতাৰ পৰা মই অনুভব কৰো যে মাতৃভাষাৰ সকলো ধৰণৰ শিক্ষা অৰ্জনত সহায়ক হয়। মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহৃত কৰা মাতৃভাষা বিদ্যালয়ত ব্যবহৃত হোৱা ভাষা একে হোৱাৰ বাবে শিক্ষণ-শিকন প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধা হোৱা দেখা নাযায়।
ReplyDeleteআমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৩০ঞ্জ%ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে প্ৰথমতে ঘৰত ব্যৱহাৰ উপভাষাৰ জৰিয়তে শিকাবলগাকৈনি নিজেও শিকি লব লগীয়া হয়। উদাহৰণ - এই ফালে আহা বুলি কলে তেওঁলোকে ওচৰলৈ নাহে । কিন্তু হিজুমে বুলি কলে ওচৰলৈ আহে।ভাত খালানে বুলি কলে তেওঁলোকে নামাতে যদি ডাকা য়ম বুলি কোৱা হয় তেওঁলোকে যদি ভাত খায় তেতিয়া য়ম বুলিকয়।
ReplyDeletemur vidalayar vakha amar sishu hokular babohar kora vakha akei babe sishu hokul nijor monor vabkhuli kobo para aru amar ji kunu kotha val koi buji pai aru ami dia kam bur sundor koi koribo pare aru amar sishu hokolor kotha ami buje puwat kono dhoronor badha nahe
ReplyDeleteMoi vabo protyek khikhur khetrot e vakhar parthokyo ase.teulokor nija matrivakha aru patthyo puthit bebohrito vakha prithok hoi.tetia teulokor ghorua vakha use korile Val pai, body language o use koribo lagia hoi...teulokok likhito vakha koatkoi kothito vakhat bujai dibo logia hoi .cat mane mew buli kole besi Val pai.
ReplyDeleteমাতৃভাষা সকলো ধৰণৰ শিক্ষা অৰ্জনৰ ক্ষেত্ৰত সহায়ক হয় । মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষা পাঠ্যপুথিৰ ভাষাৰ সৈতে একে হোৱাৰ বাবে শিক্ষণ - শিকণ প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখিন হোৱা নাই ।
ReplyDeleteঘৰত ব্যৱহাৰ কৰা মাতৃভাষাই বিদ্যালয়ৰ ভাষা হোৱা উচিত। উপভাষা ব্যৱহাৰকাৰী ছাত্ৰ সকলে যেনে চাহ বাগানৰ বাসিন্দা সকলে ব্যৱহাৰ কৰা ছাদ্ৰী ভাষা। ছাত্ৰ সকলে অসমীয়াত পঢ়াশুনা কৰাত প্ৰথমে এটি নতুন ভাষাৰ সনমূখীন হয়। ফলত ভাষা সমস্যায় শিক্ষাৰ হেঙাৰ ৰূপে থিয় দিয়ে।
ReplyDeleteহয় মোৰ বিদ্যালয়ত প্ৰায় তিনিটা ভাষীৰ ছাত্ৰ-ছাত্ৰী আছে যেনে অসমীয়া, বিলাসপুৰি আৰু চিলেট।
ReplyDeleteযিসকল ছাত্ৰ ছাত্ৰী অসমীয়া কয় তেওঁলোকৰ বাবে পঢ়োৱাত সহজে বুজি পোৱা হয় কিন্তু অন্য ভাষী ছাত্ৰ ছাত্ৰী সকল সহজে বুজি নাপায় গতিকে তেওঁলোকৰ বোধ অনুসৰি ভাষা প্ৰয়োগ আৰু মাজে সময়ে তেওঁলোকৰ মাতৃ ভাষাত কোৱা হয়। যেতিয়া তেওঁলোক দ্বিতীয় তৃতীয় পায় তেতিয়া তেওঁলোক বিদ্যালয়ৰ ভাষাৰ লগত ধুনীয়াকৈ খাপ খাব পৰা হয় আৰু সহজে বুজি পোৱা হয়। যেনেকৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে মাতৃ ভাষাক মাতৃ দুগ্ধৰ তুলনা কৰিছে, গতিকে মাতৃ ভাষাৰ ওপৰত তেওঁৰ বুদ্ধিমত্তা আৰু নিপুনতাই নিপুনতা নিৰ্ভৰ কৰে। আৰু মোৰ বিদ্যালয়ৰ লৰা ছোৱালী ইটোৱে সিটোৰ ভাষা কবও পাৰে আৰু বুজিও পায়।
The classroom language may not be familiar to the students of lower classes special. There are lots of terms that totally have different sound but similar meaning used in books. Such as, Neck in Assamese ' গল',but in some adivasir language it is called 'ঘেচ্ছা' | Hence the teachers need to try to learn this kind of common words and to cooperate the students rather than avoiding the situation
ReplyDeleteঘৰত ব্যৱহাৰ কৰা ভাষা আৰু বিদ্যালয় ত ব্যৱহাৰ কৰা ভাষাৰ পাৰ্থক্য প্ৰায়েই দেখা যায়। ঘৰুৱা ভাষাটো বিদ্যালয়ত ব্যবহৃত মান্যভাষাৰ উপভাষা হোৱাৰ বাবে নিত্য ব্যবহৃত কিছুমান শব্দ শিশুৱে বুজি পোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ সমাধান হিচাপে শিক্ষকে স্হানীয় ভাষাত ব্যবহৃত শব্দসমূহ শিকি শিশুক বুজাব পাৰিব
ReplyDeleteআমাৰ বিদ্যালয়ৰ বেছিভাগ ছাত্ৰ-ছাত্ৰী চাহ জনগোষ্ঠীৰ ।তেওঁলোকে ঘৰত ব্যৱহাৰ কৰা ভাষা ব্যৱহাৰ কৰি বিদ্যালয়ত পঢ়িব সুবিধা নাই ।তেওঁ লোকে বিদ্যালয়ত আহি নতুন ভাষাত পাঠ আয়ত্ব কৰিব লগীয়া হয।ফলত অনীহা আৰু আত্মবিশ্বাস হীনতাহীনতাত ভোগে।মনৰ ভাব স্পষ্ট কৈ প্ৰকাশ কৰাত অসুবিধা পায।উদাহৰণস্বৰূপে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পাত ক পাতা,মেকুৰীক বিৰাল ,বগলী ক বগ,চৰাইক পাখি বোলে।এনে পৰিস্থিতিত আমি দুটা ভাষাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰিবলগীয়া হয় ।আমি তেওঁলোকৰ ঘৰুৱা ভাষাটো শিকি ল'বলগীয়া হয় ।
ReplyDeleteLocal language play a significant role in the learning of a language. My school is in minority area. So there us a vast differences in the local language and the book language. First We have learnt their language and then only able to teach them the book language. And when we use the local language there is a bond form between both teachers and student. As for example in local language small rivers are called "Dari' but in book language it is call "noi" or "uponoi".
ReplyDeleteশিশুসকল বিদ্যালয়লৈ নিজৰমাতৃ ভাষা শিকি আহে। শিশুৱে নিজ মাতৃভাষাৰ মাধ্যমে মনৰ ভাব প্রকাশ কৰিব পাৰে সৰু সৰু গল্প সাধু কব পাৰে। যদি সেই একে সাধু বা গল্প মান্য ভাষাত কবলগীয়া হলে কব নোৱাৰে। কব নোৱাৰিলে ছাএ-ছাএী হীনমন্যতাত ভোগে। গতিকে বিদ্যালয়ে প্রথম অৱস্থাত ছাএ-ছাএীৰ নিজ মাতৃভাষাতে সাধু, গল্প কোৱা মনৰ ভাব প্রকাশ কৰাৰ সুবিধা দিব লাগে। তেনে কৰিলে সংকুচ ভাৱ আঁতৰে।
ReplyDeleteশিক্ষকে নিজ বিদ্যালয় এলেকাত প্রচলিত ভাষা জনাটো অতি আৱশ্যক যেনে,এখন বিদ্যালয়ত বিহাৰী, নেপালী সমপৰদায়ৰ ছাত্র-ছাএী থাকিলে পৰুৱাক চিমটি, কমিলো বুলি কব।
When I first entered in my classroom.....I found that the children get it difficult to understand my language as there is a vast difference between the classroom language and the languages they are familiar with. For example they used to say father as DOUTA in Assamese which is actually DEUTA, MEKRI (CAT) instead of MEKURI etc. Because of this they write the words incorrectly.
ReplyDeleteঅসমত ঠাই বিশেষে বিভিন্ন ভাষাৰ প্ৰচলন আছে। শিশু সকলে জন্ম গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁলোকৰ বিভিন্ন প্ৰয়োজনত ঘৰুৱা ভাষা ব্যৱহাৰ কৰিবলৈ শিকে। এই ভাষা বোৰ পাঠ্যপুথিৰ মান্য ভাষাৰ লগত একে নহয়। উদাহৰণস্বৰূপে, বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে কিছুমান যৌগিক প্ৰকৃতিৰ ভাষা ব্যৱহাৰ কৰা দেখা যায়। ভাষা এটাই ঠাই বিশেষে ইয়াৰ সংস্পৰ্শলৈ অহা অন্য ভাষাৰ দ্বাৰাও প্ৰভাৱান্বিত হোৱা দেখা যায়। শিশু সকলৰ বাবে এই ভাষাবোৰ পাঠ্যপুথিৰ ভাষাৰ লগত নিৰ্দিষ্টকৈ চিনাক্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, "ল'ৰা" ক ঘৰুৱা ভাষাত আপা আৰু "ছোৱালী"ক ঘৰুৱা ভাষাত আপি কোৱা হ'য়।
ReplyDeleteআমাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰত কথিত ভাষাত কয়৷ বিদ্যালয়ত লিখিত ভাষা ব্যৱহাৰ হয়৷ দিয়াচলাই ক দেচ্লে কয়৷ আঠুৱাক মহৰি কয়৷ এনেকুৱা শব্দবোৰ শিকোৱাৰ ক্ষেত্ৰত আমি কথিত ভাষাৰ সহায় লওঁ৷
ReplyDeleteIn my classroom all the students belong to minority muslims, so there is much different between the home language and the text book language. When I teach them through the textual language, they are unable to understand properly. In fact they use their home language in the classroom. They find it much difficult to accept a new language. For example when a person tells a lie, they say " hodai" whereas it is written in textbook as "misa katha" If I use their local language I think I will succeed in teaching process.
ReplyDeleteমোৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰো যে মাতৃ ভাষাৰ সকলো ধৰণৰ শিক্ষা আহৰণত সহায়ক হয় ।মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰা মাতৃ ভাষা বিদ্যালয়ত ব্যৱহাৰ হোৱা ভাষা একে হোৱাৰ বাবে শিক্ষণ-শিকন প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধা হোৱা দেখা নাযায় ।
ReplyDeleteহয়, শিশুৱে ঘৰত শিকা মাতৃভাষা পাঠ্যপুথিৰ ভাষাতকৈ বহু পৃথক থাকে। কিন্তু শিক্ষকে সেই ঘৰুৱা ভাষাৰ আলম লৈ পাঠ্যপুথিৰ ভাষা শিকালে সেয়া শিশু সকলৰ বাবে অধিক বোধগম্য হয় আৰু তেওঁলোকে দ্ৰুত আহৰণ কৰিব পাৰে।
ReplyDeleteহয় । এইটো এটা বিয়াগোম পাৰ্থক্য । য'ত শিশুসকলে শিক্ষা গ্ৰহণত বহু অসুবিধাৰ সন্মুখীন হয় লগতে শিকণ প্ৰক্ৰিয়া লেহেমীয়া ও হয় । মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ যে মই যি ঠাইত পঢ়াও সেই ঠাইৰ শিশুৱে চাহ জনজাতীয় ভাষা কয় যিটো স্কুলীয়া ভাষা নহয় । তেওঁলোকে শিকণ ত অসুবিধা আৰু লেহেমীয়া ও হয় ।
ReplyDeleteগতিকে নিজৰ মাতৃভাষা তেই প্ৰাৰম্ভিক ভাবে শিক্ষা দিব লাগে ।
হয় যথেষ্ট খিনিয়ে পার্থক্যয়ে আহি পৰে।মোৰ বিদ্যালয় ত এনে অভিজ্ঞতা প্ৰায়ে মুখামুখি হওঁ ।বিশেষকৈপ্ৰথম, দ্বিতীয়,তৃতীয় শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলে প্ৰায়ভাগ কথাতে মাতৃভাষা ব্যৱহাৰ কৰাৰ ফলত যিকোনো বিষয় এটা আৰম্ভ কৰাৰ আগতে প্ৰথমে তেওঁলোকৰ চিনাকি শব্দ কেইটাৰ আৰম্ভ কৰিলেহে বুজোঁৱাত সহজ হয়।
ReplyDeleteবহুভাষিক অসমৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ পাৰ্থক্য আহি পৰে। মোৰ বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই হ'ল বড়োভাষিক, তেওঁলোকে পাঠ্যক্ৰমৰ অধিকাংশ বড়ো ভাষাত ভাঙনি কৰি পিছত অসমীয়া ভাষালৈ ৰূপান্তৰ কৰি শিকালেহে পাঠ্ক্ৰমসমূহ আগুৱাই নিব পৰা যায়।
ReplyDeleteমই মোৰ অভিজ্ঞতাৰ পৰা অনুভব কৰো যে মাতৃভাষা সকলো ধৰণৰ শিক্ষা অৰ্জনত সহায়ক হয়। মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহৃত কৰা মাতৃভাষা বিদ্যালয়ত ব্যৱহৃত হোৱা ভাষা একে হোৱাৰ বাবে শিক্ষণ-শিকন প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধা হোৱা দেখা নাযায়।
ReplyDeleteমোৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰো মে মাতৃভাষাই সকলো ধৰণৰ শিক্ষা আহৰণত সহায় কৰে। মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা মাতৃভাষা বিদ্যালয়ত ব্যৱহাৰ হোৱা ভাষা একে হোৱাৰ বাবে শিক্ষণ-শিকন প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধা হোৱা দেখা নাযায় ।
ReplyDelete
ReplyDeleteহয় , মোৰ শ্ৰেণীৰ শিশুৱে তেওঁলোকৰ দৈনন্দিন দিনত কোৱা ভাষা পাঠ্যপুথিত ব্যৱহৃত ভাষাতকৈ পৃথক হয় । এইক্ষেত্ৰত মই আৰু লগতে মোৰ শ্ৰেণীৰ শিশুসকল বহুবাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ । উদাহৰণস্বৰূপে, মৌ জোলক তেওঁলোকে মধু বুলি কয় । মেকুৰীক বিলাই , বৰলক বল্লা , বিলাহীক চুক্কা বাগোন, বেঙেনাক বাগুন,
আঁঠুৱাক মুছুৰ, জলকীয়াক মৰিচ, মৰিচাক ডেংগা বুলি কয়। শিশুসকলৰ ঘৰুৱা ভাষা পাঠ্যপুথিৰ ভাষাৰ পৰা সম্পূৰ্ণ বেলেগ । তেওঁলোকক শিকাবলৈ নিজে তেওঁলোকৰ ভাষা শিকিছো । প্ৰথম অৱস্থাত তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ ।
শিশুৰ ঘৰৰ সদস্য তেওঁ সংস্পৰ্শত অহা লগৰ ল'ৰা-ছোৱালীৰ সৈতে খেলি স্বত:স্ফুৰ্ত ভাবে তেওঁৰ কথিত ভাষা আয়ত্ব কৰে। বিদ্যালয়লৈ আহি পাঠ্যপুঠিৰ ভাষা তেওঁৰ ঘৰুৱা ভাষাতকৈ সম্পুৰ্ণ পৃথক বা কিছু পৃথক হব পাৰে। চৰ অঞ্চলৰ ভাষা আৰু পাঠ্যপুঠিৰ ভাষা মাজত পাৰ্তক্য বহুত। তেওঁলোকে পাঠ্যপুথিৰ ভাষা প্ৰথম অবস্হাত পদ্য বা কবিতা সমুহ গীতৰ সুৰ দি শিকালে অতি সহজে আয়ত্ব কৰিব পাৰে কিন্ত্ত বানান কৰি পঢ়ি তেওঁলোকক পাঠ্যপুথিৰ ভাষাবোৰ বুজি পোৱাত জটিল হয়।
ReplyDeleteLikhit aru kothit vakhaw majot bohute parthekyo dekha jaii . Kothit vakha thai vede vin vin howa dekha jaii . Jodi ata xikhui jonmore pora kothit vakha xuni aru koii daxor dighol hoi xeii xikhu tui nissoi a class room ot prosolit likhit vakhat pathyo puthi r gyan grohon korat jotilotar xonmukhin hb ..
ReplyDeleteহয় , মোৰ শ্ৰেণীৰ শিশুৱে তেওঁলোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভাষা পাঠ্যপুথিত ব্যৱহৃত ভাষাতকৈ যথেষ্ট পৰিমাণে পৃথক । যদিও শ্ৰেণীৰ শিশুসকল পাঠ এটা পঠন কৰিব পাৰে তেওঁলোকে কিন্তু বিষয়বস্তু আয়ত্ত কৰিবলৈ হলে যথেষ্ট অসুবিধা পায় । শিশু এজনে যদি এনেদৰে কয় --"মুই পঢ়া দিবাৰ পাং না", তেনেহলে ইয়াৰ ভাবানুবাদ অধিক অৰ্থপূৰ্ণ ভাৱে এনেকুৱা হব --"মই পঢ়িব নোৱাৰিম ।"
ReplyDeleteকিছুদিন অসুবিধাৰ মাজেৰে যোৱাৰ পিছত তেওঁলোকৰ ভাষা কিছু পৰিমাণে আয়ত্ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু চেষ্টা কৰিও আছোঁ।
মোৰ বিদ্যালয়ৰ শিশু সকলৰ মাতৃভাষা আৰু কিতাপৰ ভাষাৰ মাজত পাৰ্থক্য আছে। দৈনন্দিন জীৱনত মাতৃভাষাৰ ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে শিশুৰ পৰিয়ালৰ সদস্য সকলৰ সম্বোধন হিচাপে ব্যৱহাৰ কৰা শব্দ সমূহ পৃথক।
ReplyDelete