Posts

Showing posts from May, 2022

কাৰ্য-কলাপ 5: আপোনাৰ চিন্তাভাগ বতৰা কৰক

এজন শিশুক, যেতিয়া 17-9 বিয়োগ কৰিবলৈ কোৱা হয়, উত্তৰ হিচাপে 12 লিখিছিল। ই আপোনাক শিশুটোৰ চিন্তাধাৰাৰ বিষয়ে কি কয় আৰু আপুনি শিক্ষাৰ্থীক বিয়োগৰ ধাৰণাটো ভালদৰে বুজাত কেনেদৰে সহায় কৰিব? আপোনাৰ মতামত ভাগ বতৰা কৰক।