কাৰ্য-কলাপ 5: আপোনাৰ চিন্তাভাগ বতৰা কৰক

এজন শিশুক, যেতিয়া 17-9 বিয়োগ কৰিবলৈ কোৱা হয়, উত্তৰ হিচাপে 12 লিখিছিল। ই আপোনাক শিশুটোৰ চিন্তাধাৰাৰ বিষয়ে কি কয় আৰু আপুনি শিক্ষাৰ্থীক বিয়োগৰ ধাৰণাটো ভালদৰে বুজাত কেনেদৰে সহায় কৰিব? আপোনাৰ মতামত ভাগ বতৰা কৰক।

Comments

  1. শিশুৰ বিয়োগৰ বোধ কম গতিকে বাস্তৱিক গুটি বা মাৰ্বল আদি ৰে পাৰ্থক্য বুজাই দিব পাৰি

    ReplyDelete
  2. ল'ৰা জনৰ বিয়োগৰ ধাৰণা শুদ্ধ নহয়। মাৰ্বলৰ জৰিয়তে আৰু কেইজনমান ছাত্ৰৰ যোগেদিও বিয়োগৰ ধাৰণা বুজায় দিব পাৰি।

    ReplyDelete
  3. শিশুটিৰ বিয়োগ অঙ্কৰ ক্ষেত্ৰত প্ৰকৃত ধাৰণা এতিয়াও হোৱা নাই। ধাৰণাটো ভালদৰে বুজি পোৱাত সহায় কৰিবলৈ হলে- ১) মাৰ্বল আদি বিভিন্ন ধৰণৰ বস্তুৰ সহায়ত, ২) স্থানীয় মানৰ সহায়ত , ৩) কৃষ্ণফলক আদিত দাগ চিহ্নৰ ব্যৱহাৰ কৰা যায়।

    ReplyDelete

Post a Comment

Popular posts from this blog

ক্ৰিয়াকলাপ 2: আপোনাৰ মতামত প্ৰকাশ কৰক

ক্ৰিয়াকলাপ ১ : আপোনাৰ মতামত প্ৰকাশ কৰক